--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত বহু অভিনেতা -অভিনেত্ৰীৰ সন্তানে পিছলৈ চিনেমাৰ সৈতেই জড়িত হৈ পৰিছে৷ কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হ’ব বিচাৰিছে অভিনেতা ইমৰান হাছমীয়ে৷  

নিজে  এজন জনপ্ৰিয় অভিনেতা হোৱা সত্বেও  ইমৰানে তেওঁৰ পুত্ৰক অভিনয়ৰ জগতলৈ  অহাটো নিবিচাৰে। এক শেহতীয়া সাক্ষাৎকাৰত ইমৰানে কয়, "মোৰ পুত্ৰ আয়ানৰ জীৱনত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া আছে। তেওঁ যিধৰণে কৰ্কট ৰোগ জয় কৰিছিল সেয়া এতিয়াও মোৰ বাবে সপোন। গতিকে মই বিচাৰো যে মোৰ সন্তানে এটা স্থিৰ জীৱিকা বাছনি কৰক। অভিনয় জগত খন বহুত কঠিন। "

অভিনেতা ইমৰান হাছমীয়ে ২০০৬ চনত পাৰবীন শ্বাহিনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত বিবাহৰ চাৰি বছৰৰ পিছত তেওঁলোকৰ প্ৰথম সন্তান আয়ান তেওঁলোকৰ  মাজলৈ আহে। সকলো ঠিকেই চলি আছিল।২০১৪ চনৰ ১৫  জানুৱাৰীত  ইমৰান আৰু পাৰবীনৰ জীৱনৰ আটাইতকৈ কঠিন দিন আৰম্ভ হৈছিল৷  আয়ান কৰ্কট ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছিল। কিন্তু এতিয়া আয়ান প্ৰায় সুস্থ হৈ উঠিছে৷

ৰাজ মেহতা পৰিচালিত, 'ছেলফি'ত ইমৰানে শেহতীয়াকৈ অভিনয় কৰিছে৷ ছবি খনৰ মুখ্য চৰিত্ৰত আছিল আমিৰ খান৷ ছবিখনে বক্স অফিচত বেছি ব্যৱসায় কৰিব পৰা নাই। অৱশ্যে, অক্ষয়-ইমৰান যুটিক দৰ্শকে  প্ৰশংসা কৰিছে৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement