--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডৰ কিশোৰ তাৰকাসকলৰ মাজত এখন চিনাকি মুখ তেওঁ। কেমেৰাৰ সন্মুখতে ডাঙৰ-দীঘল হৈছিল তাৰকাগৰাকী। তেওঁ হৈছে 'ষ্ট্ৰেঞ্জাৰ থিংছ’খ্যাত অভিনেতা নোৱাহ শ্লাপ্প।

শেহতীয়াকৈ নোৱাহে নিজকে  সমকামী বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে তেওঁ এই কথা কৈছে।

নোৱাহে অলপতে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰিছিল। সেই ভিডিঅ'টোত নোৱাহক এটা জনপ্ৰিয় গানৰ সৈতে ওঁঠ মিলোৱা দেখা গৈছে।

প’ষ্টটোৰ স’তে নোৱাহে লিখে- "১৮ বছৰৰ পিছত যেতিয়া মই মোৰ পৰিয়াল আৰু বন্ধুবৰ্গক কৈছিলো যে মই সমকামী, সকলোৱে কৈছিল যে তেওঁলোকে এই বিষয়ে ইতিমধ্যে জ্ঞাত।’’

এই ভিডিঅ'টোৰ জৰিয়তে নোৱাহে নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গকে ধৰি সমগ্ৰ বিশ্বক নিজৰ সমকামী পৰিচয় দিছে।


২০২২ চনৰ জুলাইত অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সত 'ষ্ট্ৰেঞ্জাৰ থিংছ'ৰ চতুৰ্থ চিজন মুকলি কৰা হৈছিল। জনপ্ৰিয় হলীউড চিৰিজটোৰ জৰিয়তে দৰ্শকৰ নয়নৰ মণি হৈ পৰিছে নোৱাহ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক