--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্বশী ৰৌতেলাই ৰহস্য ভাল পায়। ৰহস্যময়ভাৱে তেওঁ সদায় ঋষভ পন্তৰ চাৰিওফালে ঘূৰি ফুৰে। শেহতীয়াকৈ তেওঁ মুম্বাইৰ  কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ চাৰিওফালে ঘূৰি ফুৰিছে। ইয়াৰ কাৰণো হৈছে ঋষভ পন্ত।

উল্লেখ্য যে ভয়াৱহ মটৰ দুৰ্ঘটনাৰ চিকিৎসাৰ বাবে  ঋষভক মুম্বাইৰ  চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি তাতে চিকিৎসাগ্ৰহণ কৰি আছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

শেহতীয়াকৈ উৰ্বশীৰ নতুন এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীক জল্পনা-কল্পনা চলি আছে।  বৃহস্পতিবাৰে উৰ্বশীয়ে দিয়া চিকিৎসালয়ৰ ভৱনটোৰ ক'লা-বগা ছবিখনত কোনো শিৰোনাম নাছিল। কিন্তু  নেটিজেনসকলৰ বাবে ইয়াৰ প্ৰকৃত কাৰণ চিনাক্ত কৰাটো কঠিন নাছিল। এই চিকিৎসালয়তে ঋষভক বুধবাৰে ডেৰাডুনৰ আন এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ক্ৰিকেট তাৰকাজনৰ তাত অস্ত্ৰোপচাৰ হোৱাৰ কথা।



ঋষভক অস্ত্ৰোপচাৰৰ বাবে লৈ যোৱাৰ লগে লগে উৰ্বশীয়ে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ৰ সন্মুখলৈ গৈ নিজেই ছবিখন তুলি লয়।  অৱশ্যে দুৰ্ঘটনাটোৰ পাছত উৰ্বশীয়ে ঋষভৰ বিষয়ে পোনপটীয়াকৈ একো কোৱা নাছিল।

যদিও উৰ্বশীয়ে একো কোৱা নাই, অভিনেত্ৰীগৰাকীৰ মাক মীৰাই শেহতীয়াকৈ সামাজিক মাধ্যমত লিখিছিল- "ঋষভ সোনকালেই সুস্থ হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহিব। তেওঁ উত্তৰাখণ্ডৰ নাম উজ্জ্বল কৰিব। সকলোৱে একেলগে ঋষভৰ বাবে প্ৰাৰ্থনা কৰোঁ আহক।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক