--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মঙলবাৰে বিয়লি ৰাছিয়াৰ মিছাইল আক্ৰমণে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভক জোকাৰি যায়। এটা প্ৰশাসনিক ভৱনৰ সন্মুখত হোৱা বিস্ফোৰণত কেইবাজনো লোক নিহত হয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, সেই আক্ৰমণতে উত্তৰ কৰ্ণাটকৰ এজন শিক্ষাৰ্থীয়েও মৃত্যুক আঁকোৱালি লয়। ভাৰতীয় ছাত্ৰজনসহ অসামৰিক সোকসকল নিহত হোৱা দৃশ্য বন্দী হোৱা ভিডিঅ'টোত, দেখা গৈছে যে বিস্ফোৰণৰ ফলত চাৰিওফালে ধোঁৱাই আগুৰি ধৰিছিল। ইউক্ৰেইনৰ কৰ্তৃপক্ষই তেতিয়াৰ পৰা একাধিক মৃত্যুৰ খবৰ দিছে। তেওঁলোকে দাবী কৰে যে সকলো ফালৰ পৰা ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়াৰ সেনাই এতিয়া দেশখনৰ প্ৰশাসনিক ভৱনসমূহৰ লক্ষ্য কৰি লৈছে। এটা এটাকৈ, তেওঁলোকে চৰকাৰী ভৱনবোৰ ধ্বংস কৰাৰ বাবে অগ্ৰসৰ হৈছে। https://twitter.com/IlkhaAgency/status/1498578589314387975?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1498578589314387975%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Frussian-forces-missile-attack-on-ukraines-administration-on-central-square-dgtl%2Fcid%2F1331523 নিহত ভাৰতীয় ছাত্ৰজনৰ এজন বন্ধুৱে সদৰি কৰে যে, যুদ্ধৰ বিধ্বংসীতাৰ বলি হোৱা বন্ধুৰ বাবে খাদ্য আনিবলৈ বাহিৰলৈ গৈছিল। বাকীবোৰ হোষ্টেলত থাকোঁতে, নবীন শিখপ্পা গংগোধৰ নামৰ ছাত্ৰজনে এটা ফ্লেট ভাড়ালৈ লৈছিল। আৰু সেই ফ্লেটটো ৰাজ্যপাল সদনৰ ঠিক পিছফালে আছে। তাতেই ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক