--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰমজানৰ ৰোজাৰ সময়ত প্ৰতিদিনে প্ৰায় ১৪ৰ পৰা ১৫ ঘণ্টা অৰ্থাৎ পুৱাৰ পৰা সন্ধিয়ালৈকে একো খোৱা নহয়। এনে পৰিস্থিতিত খাদ্য গ্ৰহণৰ সময় হঠাতে সলনি হোৱাৰ ফলত বহু লোকে স্বাস্থ্য সম্পৰ্কীয় বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

উল্লেখ্য যে ইছলামিক কেলেণ্ডাৰৰ নৱম মাহটোত ইছলামধৰ্মী লোকসকলে ৰোজা পালন কৰে। ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এই মাহটো অতি ৱিত্ৰ বুলি গণ্য কৰা হয়। ৰমজানৰ দিনত প্ৰতিদিনে ৰোজা পালন কৰা হয় আৰু ছেহৰীৰ পৰা গধূলি ইফটাৰলৈকে প্ৰায় ১৪ৰ পৰা ১৫ ঘন্টা সময় ধৰি একো খোৱা নহয়। এনে সময়ত বহু লোকে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আজি আমি এনে কিছু কথা জানিম, যাৰ দ্বাৰা ৰোজাৰ সময়ত নিজকে সুস্থ কৰি ৰাখিব পাৰি।

১. অধিক পানী খাব:-ইফটাৰৰ পৰা ছেহৰিৰ মাজৰ সময়খিনিত সাধাৰণ দিনত অধিক পৰিমাণৰ পানী খোৱা উচিত। ইয়াৰ উপৰি ৰমজানপ্ৰতিদিনে ৭-৮ গিলাচ পানী খোৱা উচিত। ইয়াৰ দ্বাৰা আপুনি মূৰৰ বিষৰ দৰে আন সমস্যাৰ পৰা হাত সাৰিব পাৰে।

২. ছেহৰী আৰু ইফটাৰ দুয়োটা সময়তে খাদ্য খোৱা উচিত। বহু লোকে ইফটাৰীৰ সময়ত খায়, কিন্তু ছেহৰীৰ সময়ত খাব নোৱাৰে, কাৰণ তেওঁলোকে পুৱা সোনকালে খোৱাত অভ্যস্ত নহয়। কিন্তু পুৱা নাখালে গোটেই দিনটো সতেজ তথা দুৰ্বল নহয়

৩. সন্ধিয়া বেছিকৈ খোৱা অনুচিতঃ-সাধাৰণতে খেজুৰ, পানী আৰু ফলমূলেৰে ৰোজা ভংগ কৰা হয়। আৰম্ভণিতে লাহে লাহে খাব লাগে। একেলগে বেছিকৈ খালে পেটৰ সমস্যা হ’ব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ