--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশক। ছয় বছৰীয়া ছাত্ৰী আৰ্টিকাই পঢ়ি থকা সময়তে মুখত ছাৰ্পনাৰ লৈ পেঞ্চিলৰ জোঙা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লয়।পেঞ্চিলৰ গুড়িবোৰ হঠাতে শিশুটিৰ ডিঙিৰ ভিতৰলৈ গৈ সোপা মাৰি ধৰে। ফলত ঠাইতে ঢলি পৰে আৰ্টিকা। 

শোকাৱহ ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশৰ হামিৰপুৰৰ পাহাৰী বীৰ গাঁৱত ।  ছাত্ৰীগৰাকীয়ে  তেওঁৰ ভাই-ভনীৰ সৈতে ঘৰৰ চাদত পঢ়ি আছিল।

লিখোঁতে আৰ্টিকাই দেখিলে যে পেঞ্চিলৰ মুখখন ভোটা হৈ পৰিছে। পেঞ্চিলডাল জোঙা কৰিবলৈ আৰ্টিকাই  মুখত ছাৰ্পনাৰটো  চেপি ধৰি পেঞ্চিলডল জোঙা কৰিবলৈ ধৰে। তেতিয়াই ঘটে অঘটনটো।  ছাৰ্পনাৰৰ পৰা পেঞ্চিলৰ গুড়ি ওলাই আহিবলৈ ধৰিলে আৰু সেইবোৰে ছাত্ৰীগৰাকীৰ ডিঙিত সোপা মাৰি ধৰে। আৰতিকাই উশাহ ল'ব নোৱাৰাত তেওঁৰ  ভাই-ভনীসকলে চিঞৰি চিঞৰি মাক-দেউতাকক মাতে। 

ছাত্ৰীগৰাকীক  ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়,  য'ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। চিকিৎসকে  আৰ্টিকাই শ্বাসৰুদ্ধ হৈ মৃত্যু বৰণ কৰা বুলি কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ