--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। উপ-নিৰ্বাচনত মমতা বেনাৰ্জীয়ে লাভ কৰে ৮৫,২৬৩ টা ভোট৷

৫৮ হাজাৰ ভোটৰ ব্যৱধানত বংগৰ দিদিয়ে পৰাজিত কৰে বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱালক। বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱালে ২৬,৪২৮ টা ভোট লাভ কৰে আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (CPI) প্ৰাৰ্থী শ্ৰীজিব বিশ্বাসে লাভ কৰে ৪,২২৬ টা ভোট।

জংগীপুৰৰ পৰা নিৰ্বাচিত হয় জাকিৰ হুছেইন আৰু আমিৰুল ইছলাম পশ্চিমবংগৰ চামচেৰগঞ্জ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। ৭ অক্টোবৰ, বৃহস্পতিবাৰে মমতা বেনাৰ্জীসহ তিনিওগৰাকী বিধায়কে শপত গ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰৰ উপস্থিতিত শপত গ্ৰহণ কৰে নৱ-নিৰ্বাচিত বিধায়ককেইগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক