--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰাৰ পৰম্পৰা পৌৰাণিক কালৰে চলি আছে। এনে কৰিলে জীৱনত ইতিবাচকতা আহে। ইয়াৰ ফলত মানুহে পায় সুখ, সমৃদ্ধি আৰু শান্তি। কিন্তু বহু সময়ত প্ৰতিদিনে মন্দিৰলৈ গৈ বহুত প্ৰাৰ্থনা কৰিও মানুহে ফল নাপায়। ইয়াৰ আঁৰত আছে কিছুমান কাৰণ। মন্দিৰলৈ যোৱাৰ কিছুমান নিয়ম আছে, যিবোৰ মানি চলিব লাগে, তেতিয়াহে দেৱ-দেৱীৰ আশীৰ্বাদ পোৱা যায়। মন্দিৰলৈ যোৱাৰ আগতে কোনবোৰ কথা মনত ৰখাটো অতি প্ৰয়োজনীয় সেই কথা জানো আহক।

মন্দিৰলৈ যোৱাৰ আগতে এইবোৰ কথা মনত ৰাখিব

- মন্দিৰত প্ৰৱেশ কৰাৰ আগতে বিশুদ্ধতাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়, তেতিয়াহে আপুনি তাত ধনাত্মক শক্তি ল’ব পাৰিব। ইয়াৰ বাবে শৰীৰ আৰু কাপোৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উপৰিও মনটো পৰিষ্কাৰ কৰি ৰখাটোও প্ৰয়োজনীয়। গতিকে ইগো আৰু বেয়া চিন্তা ত্যাগ কৰিহে মন্দিৰত প্ৰৱেশ কৰক।

- মন্দিৰৰ ভিতৰলৈ সোমোৱাৰ আগতে চিৰি স্পৰ্শ কৰি প্ৰণাম কৰক। লগতে নিজৰ ইগো, অহংকাৰ এৰি দিয়ক, তাৰ পিছত মন্দিৰত প্ৰৱেশ কৰক। চিৰি স্পৰ্শ কৰি সেৱা কৰা্টো ঈশ্বৰৰ চৰণত নিজকে সমৰ্পণ কৰাৰ দৰে হয়।

- মন্দিৰলৈ গৈ প্ৰথমে ভগৱানক ধন্যবাদ জনাওক। আপোনাৰ জীৱনত যি আছে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰক। ইয়াৰ পিছত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে আপুনি বিচৰাখিনি পায়। জীৱনত সকলো পাবলৈ হ’লে সেইবোৰ বস্তুৰ বাবে অবিৰতভাৱে কৃতজ্ঞতা প্ৰকাশ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, যিবোৰ ইতিমধ্যে আপোনাৰ জীৱনত আছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ