--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে ফিট কৰি ৰাখিবলৈ বহুতে প্ৰতিদিনে মৰ্নিং ৱাক কৰিবলৈ যায়। খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী, আপুনিও দৈনিক যাব লাগে। কিন্তু আপুনি জানেনে যে মৰ্নিং ৱাক কৰাৰ আগতে কৰা কিছুমান ভুলৰ বাবে আপুনি লাভতকৈ লোকচান বেছি পাব পাৰে।

১) খোৱাঃ দৈনিক মৰ্ণিং ৱাক কৰিবলৈ যোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। যোৱাৰ আগতে গধুৰ খাদ্য আৰু বেছিকৈ খোৱাৰ পৰা বিৰত থাকিব লাগে। বহুত মানুহ এনেকুৱা, খাদ্য খোৱাৰ পিছতহে ফুৰিবলৈ যায়। এনে কৰিলে আপোনাৰ শৰীৰটো অতি সোনকালে ভাগৰি পৰিব।

২) জোতাৰ নিৰ্বাচনঃ মৰ্ণিং ৱাকলৈ যোৱাৰ আগতে সচেতন হোৱা প্ৰয়োজন। খোজ কাঢ়িবলৈ যোৱাৰ আগতে উপযুক্ত জোতা বাছি লোৱাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। যাতে আপুনি ভালকৈ খোজ কাঢ়িব পাৰে।

৩) পানীঃ যেতিয়াই মৰ্ণিং ৱাক কৰিবলৈ যায় তেতিয়াই পানী খাব লাগে। কাৰণ গোটেই ৰাতি আপোনাৰ শৰীৰে পানী হেৰুৱাই পেলায়। পানীয়ে আপোনাৰ শৰীৰত শক্তি বজাই ৰাখিব।

৪) হাঁপানীঃ হাঁপানী ৰোগীৰ বাবে মৰ্ণিং ৱাক ক্ষতিকাৰক হ’ব পাৰে। ধোঁৱা ভৰা বতাহৰ পৰা সদায় আঁতৰি থাকিব লাগে। অত্যধিক ধোঁৱা বা প্ৰদূষণৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধা হয়।

৫) ৱাৰ্ম আপ কৰকঃ  খোজ কাঢ়িবলৈ যোৱাৰ আগতে আপোনাৰ গা গৰম হোৱাটো অতি প্ৰয়োজনীয়। ৱাৰ্ম আপ কৰিলে শৰীৰৰ ব্যায়াম আৰু ক্ষমতা দ্ৰুতগতিত বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক