--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰে. কৰোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে ভাইৰেল হৈছেআন এখন ভয়ংকৰ ছবি। এই ছবি খনে বহুতৰে হূদয়  জোকাৰি যোৱাই নহয়, মানৱতাৰ ওপৰত এতিয়া যেন বহুতে বিশ্বাস হেৰুৱাই পেলাইছে। 

 মণিপুৰত দুগৰাকী কুকি মহিলাক  উলংগ  কৰি পেৰেড কৰোৱাকলৈ দেশজুৰি প্ৰতিক্ৰিয়া হৈছে। ইয়াৰ মাজতে শেহতীয়াকৈ ভাইৰেল হোৱা ছবি খনত এজন লোকৰ কটা মূৰটও তেওঁৰ ঘৰৰেই পদুলীৰ জপনাত আঁৰি থোৱা দেখা গৈছে। মে’ মাহত চুৰাচান্দপুৰৰ লাংজা গাঁৱৰ এজন কুকি স্বেচ্ছাসেৱক ডেভিদ থিকক মেইটেই  সম্প্ৰদায়ৰ একাংশ লোকে হত্যা কৰি তেওঁৰ ডিঙি কাটি  মূৰটো বেষ্টনীত জপনা মুখত আঁৰি ৰাখিছিল বুলি অভিযোগ উঠিছে।

 এই ছবি খনৰ কথা বহু পলমকৈ পোহৰলৈ আহিছে। আনকি কোনো সংবাদমাধ্যমেই প্ৰকাশ কৰা নাছিল। এতিয়া ভাইৰেল ভিডিঅ’ৰ প্ৰসংগই দেশ উত্তাল কৰাৰ সময়তে এই ছবি খনৰ কথাও পোহৰলৈ আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস