--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ জোঁৱাই হ’ব বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুদা। ৰণদীপ হুদা আৰু মণিপুৰী মডেল তথা অভিনেত্ৰী লিন লাইশ্ৰমে বিবাহৰ বাবে ইম্ফলত উপস্থিত হৈছে।

সোমবাৰে ইম্ফলৰ এটা মন্দিৰত পূজা কৰে ৰণদীপ আৰু লিন লাইশ্ৰমে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি ৰনদীপ হুডাই কয়- “মই এটা উন্নত ভৱিষ্যতৰ বাবে মন্দিৰত প্ৰাৰ্থনা কৰিলোঁ। মণিপুৰৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ আৰু সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। মই ভগৱানক এটা উন্নত বিবাহিত জীৱন বিচাৰিছো।”

যেতিয়া সাংবাদিকসকলে তেওঁক সুধিছিল যে “আপুনি বিবাহক লৈ নাৰ্ভাছ নেকি?” এই প্ৰশ্নটোৰ ওপৰত তেওঁ ক’লে- “হয়, এনে সময়ত সকলোৱে নাৰ্ভাছ হৈ থাকে।”

২৯ নৱেম্বৰত ৰণদ্বীপ আৰু লিন লায়শ্ৰম বিবাহপাশত আৱদ্ধ হ’ব। মণিপুৰত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠান।

লিন লাইশ্ৰমে ‘ৰেংগুন’ আৰু ‘জানে জান’ৰ দৰে ছবিত কাম কৰি আহিছে। আনহাতে ৰনদীপ হুদা ‘হাইৱে’, ‘লাভ আজ কাল ২’, ‘চুলতান’কে ধৰি বহু ছবিত বলিষ্ঠ অভিনয়ৰ বাবে সৰ্বজন পৰিচিত।

ৰণদীপ হুদা আৰু লিন লায়শ্ৰম বিগত তিনি বছৰ ধৰি সম্পৰ্কত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক