--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ ছেন্সেশন অৰহান অৱত্ৰামণি ওৰফে অৰীয়ে বিগ বছ ১৭ত প্ৰৱেশ কৰিছিল। এদিনৰ বাবে শ্ব’টোলৈ আহিছিল যদিও তেওঁৰ প্ৰৱেশে আলোড়নৰ সৃষ্টি কৰিছিল। শ্ব’টো যথেষ্ট মজাৰ হৈ উঠিছিল। ছলমান খানৰ সৈতে অৰীক দেখি সকলোৱে ভাল পাইছিল। ইয়াত অৰীয়ে অনুৰাগীৰ বহু প্ৰশ্নৰ উত্তৰো দিলে।

ছলমান খানে মঞ্চত অৰীক বহু ক্লিপ দেখুৱাইছিল, যিবোৰ অনলাইনত শ্বেয়াৰ কৰা হৈছিল। ছলমানে অৰীক সুধিলে যে ''আপুনি কি কৰে সকলোৱে জানিব বিচাৰে। ইয়াৰ পিছত অৰীয়ে ক’লে যে ''মোৰ ৫ জন মেনেজাৰ আছে। মই পাৰ্টীলৈ যোৱাৰ বাবে কাকো টকা দিব নালাগে, বৰঞ্চ পাৰ্টিত তাৰকাসকলৰ সৈতে পোজ দিয়াৰ বাবে আৰু ফটোসমূহ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে মইহে টকা পাওঁ৷'' 

পাৰ্টিত তাৰকাৰ সৈতে পোজ দিয়াৰ লগতে ফটো শ্বেয়াৰ কৰাৰ বাবে ২০ৰ পৰা ৩০ লাখ টকা লোৱা বুলিও অৰীয়ে কয়। অৰীয়ে কয়- ''মানুহে মোক পাৰ্টীলৈ নিমন্ত্ৰণ কৰি পৰিয়াল আৰু সন্তানৰ সৈতে পোজ দিবলৈ কয়। মই তেওঁলোকৰ লগত পোজ দিওঁ আৰু ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰো। ইয়াৰ বাবে মই ২০ৰ পৰা ৩০ লাখ টকা লওঁ।'' এই কথা শুনি ছলমান স্তম্ভিত হৈ পৰে। ছলমানে নিজকে কয়- ''অলপ শিক্ষা লোৱা ছলমান, পৃথিৱী ক'ৰ পৰা কলৈ গুচি গ'ল৷''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক