--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; মণিপুৰৰ পৰিস্থিতিক লৈ উত্তাল হৈ আছে দেশৰ ৰাজনীতি৷ মণিপুৰত উত্তেজনা অব্যাহত থকাৰ মাজতেই আজি পুৱা সম্প্ৰচাৰিত হৈছিল প্ৰধানমন্ত্ৰী মোদীৰ অনাতাঁৰ অনুষ্ঠান মন কী বাত৷

মন কী বাত সম্প্ৰচাৰ হোৱাৰ পাছতেই আজি প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰিছে কংগ্ৰেছে৷ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই টুইটযোগে কয় যে মণিপুৰৰ পৰিস্থিতি বিপজ্জনক হৈ পৰিছে আৰু প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সীমান্ত ৰাজ্যক উপেক্ষা কৰা হৈছে৷

তেওঁ লগতে কেন্দ্ৰক ৰাজ্যখন ভ্ৰমণ কৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দল এটাক অনুমতি দিবলৈ কয়। তেওঁ লগতে কয়, আপোনাৰ মন কী বাতত প্ৰথমে মণিপুৰ কী বাত অন্তৰ্ভুক্ত কৰা উচিত আছিল৷ 

কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে অভিযোগ কৰি লগতে কয়, এনেকুৱা লাগিছে যে আপোনাৰ চৰকাৰে মণিপুৰক ভাৰতৰ অংশ হিচাপে গণ্য নকৰে। এয়া গ্ৰহণযোগ্য নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে