--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ‌ অবৈধ মাৰণাস্ত্ৰ জব্দ।

অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত নিৰাপত্তা বাহিনীৰ। 

বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলা সংলগ্ন খুজাইৰক টুৰেল এলেকাত অভিযান চলাই আৰক্ষীয়ে মাৰণাস্ত্ৰখিনি জব্দ কৰে।

অভিযান কালত মেগাজিনৰ সৈতে এটা এছএলআৰ, এটা বল্ট একচন ৰাইফল, ৯ এম এম পিস্তলৰ এটা খালী মেগজিন, ৫ টা HE-36 হেণ্ড গ্ৰেনেড, এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, থ্ৰি জিৰো থ্ৰি ৰাইফলৰ ১৩ টা কাৰ্টিজ, ৫ টা টিউব লঞ্চাৰ, গ্ৰেনেডৰ ৪ টা আৰ্মিং ৰিং সহ বিভিন্ন বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে বুলি জনাইছে মণিপুৰ আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ