--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইনত ই-কমাৰ্চ চাইট এমাজনত কিছুমান সামগ্ৰী অৰ্ডাৰ কৰিছিল এগৰাকী মহিলাই। কিন্তু অৰ্ডাৰৰ পেকেটটো খুলি মহিলাগৰাকী হতভম্ব হৈ পৰে। কাৰণ তাত এটা জীয়া সাপ সোমাই আছিল। ঘটনাটো কৰ্ণাটকৰ।

ছ’চিয়েল মিডিয়াত ইয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ সময়ত মহিলাগৰাকীয়ে কয় যে যেতিয়া তেওঁ চাইটটোত এই বিষয়ে অভিযোগ কৰিছিল, তেতিয়া তেওঁক ২ ঘণ্টাৰ বাবে ৰখাই দিয়া হৈছিল, তাৰপাছত মহিলাগৰাকীয়ে নিজেই তাৰ পৰা বিষাক্ত সাপটো আঁতৰোৱাৰ দায়িত্ব গ্ৰহণ কৰিছিল। 

এই সাপটোক কৰ্ণাটকত পোৱা বিষাক্ত প্ৰজাতিৰ কব্ৰা হিচাপে চিনাক্ত কৰা হৈছে। 

মহিলাগৰাকীক তেওঁৰ অৰ্ডাৰৰ ধন ঘূৰাই দিয়া হৈছে যদিও তেওঁ কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালে যি বিপদৰ সন্মুখীন হৈছিল, সেইটোৱে কোম্পানীটোৰ অসাৱধান মনোভাৱক প্ৰতিফলিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ