--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্বাহৰুখ খানৰ ‘ডিংকি’ ছবিখনক লৈ উত্তাল অনুৰাগীমহল। শেহতীয়াকৈ কিং খানক  অনুৰাগীক ধন্যবাদ জনোৱা দেখা গৈছিল। শেহতীয়াকৈ সিদ্ধান্ত চতুৰ্বেদীয়ে বলীউডৰ ৰজাক লৈ এটা পুৰণি বিষয় শ্বেয়াৰ কৰিছে।

‘জোৱান’ মুক্তি পোৱাৰ পিছত শ্বাহৰুখ খানে সিদ্ধান্ত চতুৰ্বেদীক নিজৰ বাংলো মন্নতলৈ নিমন্ত্ৰণ জনাইছিল।  সিদ্ধান্তৰ বাবে সপোনতকৈ সেয়া কম নাছিল। অভিনেতাজন ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি ‘খো গায় হম কহান’ৰ প্ৰচাৰত।

সাক্ষাৎকাৰৰ সময়ত সিদ্ধান্ত চতুৰ্বেদীয়ে শ্বাহৰুখ খানৰ মন্নতৰ অভিজ্ঞতা ব্যক্ত কৰে। অভিনেতাজনে ক’লে যে, মই মোৰ বন্ধুসকলৰ সৈতে ছ’হ হাউচত চিলিং কৰি আছিলো, য’ত অনন্যা আৰু চুহানা খানও উপস্থিত আছিল। এই সময়ছোৱাত তেওঁ প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানক লগ পাইছিল। অৱশ্যে ২ ঘণ্টাৰ পাছত তেওঁ পুনৰ চিৰিৰ ওচৰত শ্বাহৰুখক লগ পালে।

শ্বাহৰুখ খানে সিদ্ধান্তক সুধিলে, তেওঁ ক’লৈ গৈ আছে? যাৰ উত্তৰত অভিনেতাজনে কয় যে তেওঁ ঘৰলৈ যাব। এই কথা শুনি শ্বাহৰুখ খানে তেওঁক মন্নত আহিবলৈ ক’লে। তাৰ পৰা গাড়ী এখন লৈ শ্বাহৰুখ খানৰ বাংলো মান্নাত গ’ল সিদ্ধান্ত। অভিনেতাজনে কয়- ''আমি তাত উপস্থিত হোৱাৰ সময়ত ৰজা খানও আহি পোৱা নাছিল আৰু আমি সকলোৱে তেওঁৰ ঘৰত বহি খাই আছিলো। ৫ মিনিটৰ পিছত শ্বাহৰুখ খানে ঘৰত প্ৰৱেশ কৰাৰ লগে লগে সংগীতৰ সমগ্ৰ দায়িত্ব ল’লে।

ইয়াৰ পিছত সিদ্ধান্ত চতুৰ্বেদী আৰু তেওঁৰ বন্ধুসকলৰ সৈতে শ্বাহৰুখ খানে ৰাতিপুৱা ৫ বজালৈকে নৃত্য কৰে। পাৰ্টিৰ পিছত শ্বাহৰুখ খানেও সকলোকে নিজ নিজ ঘৰত থৈ আহে। সিদ্ধান্তই কয়- ''মোৰ বাবে সেয়া যথেষ্ট আছিল যে মই শ্বাহৰুখ ছাৰক লগ পাইছো, কিন্তু মই মোৰ বন্ধুসকলক শ্বাহৰুখ খানৰ লগত চিনাকি কৰাই দিব পাৰিছো। যিটো এটা ডাঙৰ কথা।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু