--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতি পৰিচালনা কৰাত “ব্যৰ্থ” হোৱাৰ বাবে ২০২৪ চনত প্ৰধানমন্ত্ৰীৰ দৌৰত অংশগ্ৰহণ কৰা উচিত নহয়। মোদীৰ গৃহৰাজ্য গুজৰাটৰ বদোদৰাত বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে শনিবাৰে এইদৰে কয়।

গুজৰাটৰ বদোদৰাৰ পাৰুল বিশ্ববিদ্যালয়ত স্বামীয়ে কয়- ''মই বিশ্বাস কৰো যে দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে মোদীয়ে প্রধানমন্ত্ৰীৰ দৌৰত অংশগ্ৰহণ কৰা উচিত নহয়। মোদী বিগ জিৰ’।’’

তদুপৰি চীনে ভাৰতৰ অংশ দখল কৰাৰ সন্দৰ্ভত মোদীৰ নীৰৱতাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে- ''প্ৰায় ৪০২৪ বৰ্গ কিলোমিটাৰ অঞ্চল চীনে দখল কৰি আছে কিন্তু মোদী নীৰৱ হৈ আছে। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাওঁতেও তেওঁ এই বিষয়ে একো নক’লে। কিয়?’’

আনহাতে, মহাৰাষ্ট্ৰৰ একনাথ সিন্দে শিবিৰৰ শিৱসেনাৰ বিধায়কসকলে অতিশ্ৰীঘ্ৰে পুনৰ ঠাকৰে শিবিৰলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি তেওঁ ভৱিষ্যদ্বাণী কৰে। মণিপুৰ সংঘৰ্ষক লৈও তেওঁ মন্তব্য কৰে। কয় যে মোদীয়ে সংঘাতজৰ্জৰ ৰাজ্যখনলৈ গৈ জনতাৰ বুজ লোৱাটো কৰ্তব্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস