--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে সন্ধিয়া ৬ বজাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰণ কৰিব নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাই। কাইলৈৰ শপতগ্ৰহণ অনুষ্ঠালৈ নম্ত্ৰণ জনোৱা হৈছে বিদেশৰ বহু নেতাক। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণৰ দিন ৯ জুন  নিৰ্ধাৰণ কৰা হৈছে। কালি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মোদীক প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।  

শপতগ্ৰহণ অনুষ্ঠানলৈ  ভাৰতৰ চুবুৰী আৰু ভাৰত মহাসাগৰ অঞ্চলৰ বহু কেইগৰাকী নেতাক  বিশিষ্ট অতিথি হিচাপে  আমন্ত্ৰণ জনোৱা হৈছে । ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি কথা দিছে শ্ৰীলংকাৰ  ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ ; মালদ্বীপৰ ৰাষ্ট্ৰপতি ডাঃ মহম্মদ মুইজু; ছিচিলিৰ উপ- ৰাষ্ট্ৰপতি  আহমেদ আফিফ ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী  শ্বেখ হাছিনা; মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জুগনৌথ; নেপালৰ প্ৰধানমন্ত্ৰী   পুষ্প কমল দাহাল আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে  উপস্থিত থাকিবলৈ আমন্ত্ৰণ গ্ৰহণ কৰিছে। দেওবাৰে সন্ধিয়াই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি  দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰা নৈশ ভোজতো বিদেশৰ নেতাসকলে অংশগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement