--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি কেদাৰনাথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে শংকৰাচাৰ্যৰ আৱক্ষ মূৰ্তি৷ এই কাৰ্যসূচীৰ উপলক্ষ্যে অসমৰ ৫টাকৈ স্থানত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ কেদাৰনাথৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে আটাইকেইটা স্থানতে৷

আদিগুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ২০১৩ৰ প্ৰলয়ংকৰী বানত ধ্বংস হৈছিল আদিগুৰুৰ সমাধি৷

কামাখ্যা, শিৱদৌল, মহাভৈৰৱ মন্দিৰ, টিলিঙা মন্দিৰ আৰু টুক্ৰেশ্বৰীতো বিশেষ আয়োজন কৰা হৈছে৷ কামাখ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজাত অংশ লোৱাৰ উপৰি শিৱদৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক