--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেওবাৰে পুৱাই কলকাতাৰ  পাৰ্ক চাৰ্কাছত হাহাকাৰ লাগিল। এজন যুৱকে এটা প্ৰশ্নৰ উত্তৰ বিচাৰি বগালে এখন সুউচ্চ ফ্লাই অভাৰৰ । যুৱকজনৰ প্ৰশ্ন "মোদীয়ে কেৱল হিন্দু আৰু মুছলমান কিয় কৰে?" । দলঙৰ ৰেলিঙত   দীঘলীয়া সময়ৰ বাবে যুৱকজনে বিপজ্জনকভাৱে থিয় হৈ থাকে।

 তেওঁৰ ডিঙিত এডাল ৰছীও ওলোমাই ৰখা দেখা যায়। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক  ঘটনাৰ বিষয়ে খবৰ দিয়া হয়।  অৱশেষত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে বহু চেষ্টাৰ অন্তত যুৱক জনক ৰেলিঙৰ পৰা নমাই আনিবলৈ সক্ষম হয়। ইয়াৰ পিছতে   আৰক্ষীয়ে যুৱকজনৰ সৈতে তৰ্কত লিপ্ত হয়। 

যুৱকজন কেতিয়া ওপৰলৈ উঠি  গৈছিল সেয়া কোনেও নাজানে। পুৱা স্থানীয় লোকসকলে এখন পতাকালৈ যুৱকজনে ওপৰৰ পৰা  চিঞৰি থকা দেখিছিল । যুৱক জনে সুধিছিল "মোদীয়ে কেৱল হিন্দু আৰু মুছলমান কিয় কৰে? হিন্দু-মুছলমানৰ বিভাজন কিয় হ'ব লাগে?" 

 আৰক্ষীয়ে জনোৱা অনুসৰি, যুৱকজনৰ নাম  আনোৱাৰ । তেওঁ মানসিকভাৱে কিছু অসন্তুলিত। আৰক্ষীয়ে দাবী কৰিছে যে 'হতাশাগ্ৰস্ত' যুৱকজনে নিযুক্তিৰ দাবীতে এনে কৰিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ