--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোগল সম্ৰাট ঔৰংগজেৱৰ ছৱি প্ৰফাইল পিকচাৰত ৰখা বাবেই গোচৰ ৰুজু হৈছে এজন যুৱকৰ বিৰুদ্ধে। দেওবাৰে ঔৰংজেবৰ ছবি হোৱাটছএপ প্ৰফাইল পিকচাৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগত নৱী মুম্বাই আৰক্ষীয়ে এফআইআৰ ৰুজু কৰে যুৱকজনৰ বিৰুদ্ধে।

অভিযুক্ত যুৱকগৰাকী এক মোবাইল সেৱা প্ৰদানকাৰীৰ এটা আউটলেটত কৰ্মৰত। আৰক্ষীয়ে প্ৰথমে যুৱকগৰাকীক আটক কৰাৰ পিছত অৱশ্যে তেওঁক যাবলৈ দিয়া হয় আৰু জাননী জাৰি কৰা হয়।

এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, যুৱকগৰাকীয়ে ঔৰংজেবৰ ছবি প্ৰফাইল পিকচাৰ হিচাপে দিয়াৰ পিছত এক হিন্দু সংগঠনে ইয়াৰ স্ক্ৰীণশ্বটটো আৰক্ষীক দাখিল কৰে আৰু সংগঠনটোৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৮ আৰু ১৫৩-এ ৰ অধীনত গোচৰ ৰুজু কৰে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত ঔৰংজেবৰ ছবি ব্যৱহাৰ কৰাক লৈ সাম্প্ৰদায়িক উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। যাৰ পৰিণতিত এতিয়া পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে ঔৰংজেব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস