--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন ধৰ্মসমূহৰ দৰে মুছলিম কন্যাৰো বিয়াৰ বয়স ১৮ কৰাৰ দাবী জনালে নেচনেল কমিছন ফৰ ৱ’মেনে। এই লৈ কমিছনে উচ্চতম ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে। তাৰপাছতে কেন্দ্ৰীয় চৰকাৰলৈ এখন ন’টিছ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।

কমিছনৰ তৰফৰ পৰা জনোৱা হৈছে যে অপ্ৰাপ্তবয়স্ক মুছলিম মহিলাসকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবেই উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছে। তেওঁলোকে দাবী কৰিছে যে অপ্ৰাপ্তবয়স্কা মুছলিম নাবালিকাসকলক বিয়া দিয়াৰ নীতিয়ে কন্যাসকলৰ বহু ক্ষতিসাধন কৰা হৈছে।

উল্লেখ্য যে মুছলিম পাৰ্চনেল ল’ অনুযায়ী, কন্যাসন্তানৰ ১৫ বছৰ হ’লেই বিয়া দিব পাৰি। ইয়াৰ পৰিবৰ্তন বিচাৰিছে মহিলা কমিছনে। উচ্চতম ন্যায়ালয়ক জনাই যে জৈৱিকভাৱে সন্তান জন্ম দিব পৰাৰ ক্ষমতা অৰ্জন কৰিলেও ইমান কম সময়তে কন্যাসন্তানক বিয়া দিয়াটো স্বাস্থ্যৰ বাবে হানিকাৰ। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছে কমিছনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক