--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এৰী  তেলৰ গুণ অনেক। মোচোকা খালে  এৰী পাত মেৰিয়াই থোৱাটো এক পুৰণি নিয়ম।এৰী গছৰ বহু গুণ আছে। 

এৰী গছৰ পৰা পোৱা তেল অৰ্থাৎ কেষ্টৰ অইলৰ ব্যৱহাৰ এতিয়া বৃদ্ধি পাইছে। কেষ্টৰ অইলৰ  লাভালাভবোৰ জানো আহক

১. মুখৰ ক’লা দাগ পৰিষ্কাৰ কৰে –
কেইটোপালমান কেষ্টৰ অইল আৰু নাৰিকল তেল লওঁক আৰু সেয়া মিহলাই  মুখৰ ক'লা দাগত প্ৰয়োগ কৰক, ই ক'লা দাগবোৰ আঁতৰ কৰিব।

২.বাত বিষত :
কেষ্টৰ তেলেৰে আৰ্থ্ৰাইটিছ ৰোগীক মালিচ কৰিলে বিষত সকাহ দিয়ে। ই পেশীৰ বিষো হ্ৰাস কৰে।

৩. বৃক্কৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে –
বৃক্কৰ প্ৰদাহ হ্ৰাস কৰিবলৈ এৰী পাত গৰম কৰি ইয়াক পেটত লগালে  সকাহ  পোৱা যায়। 

8. চকুৰ যত্নত 
কেইটোপালমান কেষ্টৰ তেল লওঁক আৰু চকুৰ চাৰিওফালে লাহে লাহে মালিচ কৰক, ই চকুফুলা উপশম কৰিব।

৫. ছালৰ বাবে 
ছালত সানিলে এই তেলে এক ময়েশ্চাৰাইজাৰৰ দৰে কাম কৰে ,যি তেলে  অকাল বয়স বৃদ্ধি প্ৰতিহত কৰে আৰু ছাল সতেজকৰি ৰাখে।  

৬. ঋতুস্ৰাৱৰ বিকাৰত সকাহ -
ঋতুস্ৰাৱৰ সময়ত বিষৰ পৰা পৰিত্ৰাণ পাবলৈ, কেষ্টৰপাত গৰম কৰি  পেটত লগালে বিষৰ পৰা সকাহ পাব পাৰি।  

৭. শৰীৰৰ মালিচ -
আপুনি এই তেলেৰে শৰীৰ মালিচৰ কৰে তেন্তে  ই শৰীৰক উজ্জ্বলতা প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক