--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ বিশ্বকাপত ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হ’ব। যদিও, আগতে এই মেচৰ তাৰিখ ১৫ অক্টোবৰ নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু পাছত পুনৰ সলনি কৰা হৈছিল। ভাৰত-পাকিস্তানৰ খেলৰ বাহিৰেও ৮খন খেলৰ সূচী সলনি কৰা হৈছে। আইচিচিৰ নতুন সূচী অনুসৰি অহা ১০ অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত খেল অনুষ্ঠিত হ’ব। একে সময়তে ১০ অক্টোবৰত পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত খেলখনো অনুষ্ঠিত হ’ব। পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব ইংলেণ্ড আৰু বাংলাদেশৰ মাজত খেলখন অনুষ্ঠিত হ’ব। আনহাতে পাকিস্তান আৰু শ্ৰীলংকাৰ খেল দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হ’ব।

একে সময়তে ১২ অক্টোবৰত দিনৰ ২ বজাৰ পৰা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব খেলখন। আনহাতে ১৩ অক্টোবৰত মুখামুখি হ’ব নিউজিলেণ্ড আৰু বাংলাদেশৰ দল। ভাৰতৰ সময় অনুসৰি বিয়লি ২ বজাৰ পৰা আৰম্ভ হ’ব দুয়োখন দলৰ খেল।১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হ’ব ভাৰত-পাকিস্তান দল। এই খেলখন দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ'ব। আনহাতে ১৫ অক্টোবৰত দিনৰ ২ বজাৰ পৰা ইংলেণ্ড আৰু আফগানিস্তানৰ মাজত খেল অনুষ্ঠিত হ’ব।

অহা ১১ নৱেম্বৰত অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। ভাৰতীয় সময় অনুসৰি পুৱা ১০.৩০ বজাৰ পৰা অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ খেল অনুষ্ঠিত হ’ব। এই দিনটোত অৰ্থাৎ ১১ নৱেম্বৰত ইংলেণ্ড আৰু পাকিস্তানৰ মাজত এখন খেল অনুষ্ঠিত হ’ব। এই খেলখন দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ'ব। একে সময়তে ইয়াৰ বাহিৰেও ১২ নৱেম্বৰত ভাৰতীয় দলৰ সন্মুখত হ’ব নেদাৰলেণ্ডৰ প্ৰত্যাহ্বান। ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত ভাৰতৰ সময় অনুসৰি দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব এই খেলখন।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক