--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰৰ পুত্ৰ আৰৱ ভাটিয়াক বিমানবন্দৰৰ প্ৰৱেশদ্বাৰত আৱদ্ধ কৰা ৰখাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুক্ৰবাৰে মুম্বাইৰ কালিনা বিমানবন্দৰত আৰৱক দেখাৰ লগে লগে কেমেৰাত বন্দী হৈ ৰয়। সেই সময়ত বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে অভিনেতাজনৰ পুত্ৰক আৱদ্ধ কৰি ৰাখে।

অক্ষয়পুত্ৰক এইদৰে আৱদ্ধ কৰি ৰখাৰ ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কিন্তু তেওঁক কিয় এই ব্যৱহাৰ কৰা হৈছিল?

অভিনেতাজনৰ পুত্ৰক  বিমানবন্দৰত নীলা ডেনিম আৰু চুৱেটশ্বীটত দেখা গৈছিল। অক্ষয়ৰ পুত্ৰক এজন চিআইএছএফ বিষয়াই প্ৰৱেশদ্বাৰৰ ফালে খোজ কাঢ়ি থকা অৱস্থাতে  সুৰক্ষা সম্পৰ্কীয় কিবা পৰীক্ষা কৰিবলৈ ধৰে। সেই সময়ত, আৰৱে নিয়ম অনুসৰি শান্তভাৱে তেওঁৰ নথিপত্ৰ দাখিল কৰে। পৰীক্ষাৰ পৰ্যায়টো সঠিক ভাৱে সম্পূৰ্ণ কৰাৰ পিছত ভিতৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল। নেটিজেনসকল আৰৱৰ শান্ত আচৰণত মুগ্ধ হৈ পৰে। 

অক্ষয়-টুইঙ্কলৰ পুত্ৰই সদায় লাইমলাইটৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰি আহিছে। ২০ বছৰীয়া আৰৱে বৰ্তমান বিদেশত অধ্যয়ন কৰি আছে। ভৱিষ্যতে আৰৱে তেওঁৰ মাকৰ পতেৰে আগবাঢ়িব বিচাৰে। টুইঙ্কল-পুত্ৰই এগৰাকী ফেশ্বন ডিজাইনাৰ হ'ব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক