--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ দাদৰৰ এটা  চুইমিং পুলৰ পৰা মঙলবাৰে দুই ফুট দৈৰ্ঘ্যৰ এটা ঘঁৰিয়ালৰ পোৱালি উদ্ধাৰ হোৱাৰ ঘটনাই তূ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  এজন অনাময় কৰ্মীয়ে পুৱা ৫:৩০ বজাত  মহাত্মা গান্ধী জলতাৰণ তালাও চুইমিং পুলত চাফাই চলাই থকাৰ সময়তে  ঘঁৰিয়ালৰ পোৱালিটো প্ৰত্যক্ষ কৰে।

  পিছত ঘঁৰিয়াল বিশেষজ্ঞৰ সহায়ত পোৱালিটো উদ্ধাৰ কৰা হয়  । বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) ইয়াক ইয়াৰ প্ৰাকৃতিক বাসস্থানত মুকলি কৰাৰ বাবে বন বিভাগক হস্তান্তৰ কৰে। 

 ঘঁৰিয়ালৰ পোৱালিটোৱে কেনেকৈচুইমিং পুলত আহি প্ৰৱেশ কৰিলে সেয়া জানিবলৈ  অনুসন্ধান চলি আছে  বিএমচিৰ জ্যেষ্ঠ বিষয়া কিশোৰ গান্ধীয়ে কয় যে নাগৰিক সংস্থাৰ কৰ্মচাৰীসকলে ৰাইজৰ বাবে গেট খোলাৰ আগতে প্ৰতিদিনে ৰাজহুৱা চুইমিং পুলসমূহ পৰিদৰ্শন কৰে। বিষয়াজনে লগতে কয় যে   কাৰোবাৰ ক্ষতি সাধন কৰাৰ  আগতে পোৱালিটো ধৰা পৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু