--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএন্ধাৰ জগতৰ গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা  ৰিয়াজ ভাটিক  মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।তেওঁ  এজন ব্যৱসায়ীৰ পৰা ২৪.৮৫ লাখ টকা দাবী  কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

ভাটিক  ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ভাটিক এই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰাই   এণ্টি-এক্সটৰ্চন চেলে বিচাৰি আছিল।  যোৱা বছৰৰ ২১ নৱেম্বৰত ভাৰ্ছোভা আৰক্ষী থানাই  এজন ব্যৱসায়ীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত ৫৪ বছৰীয়া ভাটিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। অভিযোগকাৰীয়ে অভিযোগ কৰিছিল যে ভাটিয়ে হানি ট্ৰেপিঙৰ আশ্ৰয় লৈ  ২৪.৮৫ লাখ টকা সৰকাই নিছে। অভিযোগকাৰী লোক জন  এজন সোণৰ ব্যৱসায়ী ।  ভাটিয়ে এগৰাকী  যৌন কৰ্মীৰ জৰিয়তে তেওঁক  ব্লেক মেইলিং কৰাৰ চেষ্টা চলাইছিল বুলিও লোকজনে প্ৰকাশ কৰিছে। 

মহিলাগৰাকীয়ে লোকজনৰ সৈতে  অন্তৰংগ মুহূৰ্তৰ এটা ভিডিঅ' শ্বুট কৰিছিল  মানহানিৰ ভয়তলোক জনে ভাটিক  ২৪.৮৫  লাখ টকা পৰিশোধ কৰিছিল । অৱশ্যে, তেওঁ পিছত গম পাইছিল যে মহিলাগৰাকী যৌন কৰ্মী নাছিল,  তেওঁ ভাটিৰ  পত্নীহে আছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক