--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰায়ে নিজৰ ছ’চিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে। অনুৰাগীৰ সৈতে এইবোৰ শ্বেয়াৰ কৰি সুখ অনুভৱ কৰে অমিতাভ বচ্চনে। 

অমিতাভে কেৱল নিজৰ জীৱনৰ কথাই নহয়, দেশ আৰু পৃথিৱীৰ লগত জড়িত বহু কথাও কয়। শেহতীয়াকৈ অমিতাভে এনেকুৱা কিবা এটা শ্বেয়াৰ কৰিছে যিয়ে ছ’চিয়েল মিডিয়াত মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। এগৰাকী সাধু বাবাৰ এক অভিনৱ আৱিষ্কাৰে অমিতাভজীৰ চকু চমকাই তুলিছে। 

অমিতাভ বচ্চনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য'ত এজন বৃদ্ধ সাধু বাবাই নিজকে শীতল কৰি ৰাখিবলৈ মূৰত সৌৰশক্তি চালিত ফেন পিন্ধি থকা দেখা গৈছে। এই কথা দেখি অমিতাভ বচ্চনে আপ্লুত হৈ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। অমিতাভে টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত বৃদ্ধ ব্যক্তিজনে হেলমেট পিন্ধি আছে, তাৰ সন্মুখত আছে এখন ফেন আৰু পিছফালে আছে ছ’লাৰ পেনেল।

চাওঁক ভিডিঅ’




অমিতাভ বচ্চনে ইয়াৰ কেপচনত লিখিছে – “India the Mother of invention ..भारत माता की जय”। এই ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।  

আনহাতে কামৰ কথা ক’বলৈ গ’লে চিনে আইকনগৰাকীয়ে ঘোষণা কৰে তেওঁ পৰৱৰ্তী ছবি ‘ছেকচন ৮৪’ত ব্যস্ত হৈ আছে য’ত ডায়েনা পেণ্টীয়েও অভিনয় কৰিছে। প্ৰভাস আৰু দীপিকা পাডুকনৰ সৈতে অমিতাভ বচ্চনৰ ‘প্ৰজেক্ট কে’ৰ কামো চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ