--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অহা ৫ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া ৰাসোৎসৱৰ সকলো কাৰ্যসূচী সদ্যপ্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই উছৰ্গা কৰা হৈছে।

ডিজিটেল ডেস্কঃ এতিয়া শৰতৰ বতৰ; সমাগত ৰাস মহোৎসৱ। সকলোতে চলিছে এতিয়া ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি।কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি। জনতাৰ শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী ।


ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ কুজীডাঁহতো বৰ্তমান ব্যাপক প্ৰস্তুতি চলিছে ৰাস মহোৎসৱৰ।১৯২৬ চনতে আৰম্ভ হোৱা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত কুজীডাঁহ যুৰীয়া নামঘৰৰ ৰাসোৎসৱে এইবাৰ ১০০ বছৰ গৰকিছে।


তদুপলক্ষে কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা এশবছৰীয়া জয়ন্তী।


অহা ৫ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া ৰাসোৎসৱৰ সকলো কাৰ্যসূচী সদ্যপ্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই উছৰ্গা কৰা হৈছে। ইতিমধ্যে অঞ্চলটোৰ জীয়ৰী,বোৱাৰী সকল সমবেত হৈ ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে। খোল-তাল-বাঁহীৰ সুৰে সুৰে নাচি প্ৰস্তুতি চলাইছে অঞ্চলটোৰ যুৱতী-মহিলাই ৰাস মহোৎসৱৰ বাবে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন