--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত নাৰিকলক অতি শুভ বুলি গণ্য কৰা হয়, সেয়েহে পূজাত নিশ্চিতভাৱে নাৰিকলৰ ব্যৱহাৰ কৰা দেখা হয়। বিশ্বাস অনুসৰি নাৰিকল গছত দেৱী লক্ষ্মী বাস কৰে। বাস্তুৰ মতে নাৰিকল গছ থকা ঘৰত সদায় সুখ-সমৃদ্ধি আৰু শান্তিয়ে বিৰাজ কৰে। গতিকে বাস্তুশাস্ত্ৰত নাৰিকল গছৰ লগত জড়িত বহুতো বিশ্বাস শুনিবলৈ পোৱা যায়। ঘৰত এজোপা নাৰিকল গছ ৰোপণ কৰিলে কি কি উপকাৰিতা পোৱা যায় জানো আহক।

 ১. নাৰিকল গছ ৰোপণ কৰাৰ উপকাৰিতা-

বাস্তুশাস্ত্ৰৰ মতে যদি আপোনাৰ চাকৰি বা ব্যৱসায়ত সঘনাই সমস্যা হয়, তেন্তে ঘৰৰ চোতালত নাৰিকল গছ ৰোপণ কৰিব লাগে। এজোপা নাৰিকল  গছ ৰোপণে ঘৰৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰাৰ লগতে ঘৰৰ সদস্যসকল ঋণমুক্ত হয়। সুখ আৰু সমৃদ্ধিৰ বাবেও ঘৰত নাৰিকল গছ ৰোপণ কৰিব লাগে। বহু ধৰ্মীয় আৰু শুভ কামতো নাৰিকল ব্যৱহাৰ কৰা হয়। ঘৰৰ দক্ষিণ বা পশ্চিম দিশত নাৰিকল গছ ৰোপণ কৰাটো শুভ বুলি গণ্য কৰা হয়।

২.নাৰিকল গছৰ লগত জড়িত বিশ্বাস-

 জীৱনত যদি বাৰে বাৰে সমস্যা সন্মুখীন হয়, তেন্তে নাৰিকলৰ লগত জড়িত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো লাভজনক। পানী থকা নাৰিকল এটা লৈ ওপৰৰ পৰা ২১বাৰ ঘূৰাই দেৱস্থানলৈ যোৱাৰ পাছত জুইত জ্বলাই দিব লাগে। কিছুদিনৰ বাবে প্ৰতি মঙলবাৰ বা শনিবাৰে এনে কৰিলে জীৱনৰ সমস্যাবোৰ চিৰদিনৰ বাবে দূৰ হৈ যায়।নাৰিকল আৰু ইয়াৰ পানীও স্বাস্থ্যৰ বাবে অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী