--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাটু নাটু! দেশজুৰি এতিয়া নাটু নাটু! অস্কাৰ জয়ৰ পিছেত সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে নাটু নাটুৰ উন্মাদনা। গীতটোৰ বিট আৰু কোৰিঅ’গ্ৰাফীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

আপোনাৰো মন গৈছে নাটু নাটুৰ তালত নাচিবলৈ? তেনে চিন্তা নাই। প্ৰখ্যাত মালায়ালম বাতৰি কাকত 'মনোৰমা’ত পাঠকক নাটু নাটুৰ নৃত্য শিকাবলৈ বিশদ টিউটৰিয়েল প্ৰকাশ কৰিছে। 'আৰ আৰ আৰ’ গীতটোৰ নৃত্য পৰিচালনা তিনিটা ভাগত ভাগ কৰা হৈছে, য’ত চিত্ৰকল্প আৰু ব্যাখ্যা আছে। ভাইৰেল হৈ পৰা টিউটৰিয়েলটোত জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণে নাটু নাটুৰ হুক ষ্টেপ পৰিৱেশন কৰাৰ কেৰিকেচাৰো আছে।



উল্লেখ্য যে  নাটু নাটুৰ গায়কদ্বয় হৈছে ৰাহুল ছিপলিগঞ্জ আৰু কালা ভৈৰৱ। সুৰকাৰৰ লগতে পৰিচালক হৈছে এমএম কিৰৱানী।  ‘নাটু নাটু’ হৈছে অস্কাৰত ‘অৰিজিনেল ছং’ শিতানত মনোনীত হোৱা প্ৰথমটো তেলেগু গীত। ইয়াৰ পূৰ্বে জানুৱাৰী মাহত নাটু নাটুৱে শ্ৰেষ্ঠ মৌলিক গীতৰ গোল্ডেন গ্ল’ব লাভ কৰিছিল।

দুগৰাকী তেলেগু স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজু আৰু কোমাৰম ভীমৰ জীৱনৰ আধাৰত নিৰ্মিত কাল্পনিক কাহিনীৰে নিৰ্মাণ কৰা হৈছিল 'আৰআৰআৰ’। ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে বিশ্বজুৰি ১২০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ