--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ-আলিয়াৰ জীয়ৰী ৰাহা লাহে লাহে ডাঙৰ হৈ আহিছে। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে তেওঁলোকৰ কন্যাৰ সৈতে সুন্দৰ  সময় অতিবাহিত কৰিছে। ভাট-কাপুৰ পৰিয়ালৰ নয়নমণি ৰাহা। ডেৰ বছৰীয়া শিশুটো এতিয়া হৈ পৰিছে  বি-টাউনৰ আটাইতকৈ ধনী 'ষ্টাৰ কিড'। ৰণবীৰ-আলিয়াৰ কন্যাৰ সম্পত্তিয়ে বহু শিশুৰ সম্পত্তিৰ পৰিমাণক অতিক্ৰম কৰিছে।

 ইমান কম বয়সতে  ৰাহাই ২৫০ কোটি  টকাৰ গৰাকী হৈ পৰিছে! কিন্তু কেনেকৈ ? ৰণবীৰ কাপুৰ, আলিয়া ভাট  আৰু নীতু কাপুৰক প্ৰায়ে বান্দ্ৰাত দেখা যায়। কৃষ্ণৰাজ বাংলোৰ কাম কিমান আগবাঢ়িছে তাৰ তদাৰক কৰিবলৈ তেওঁলোকে তালৈ যায়।  তেওঁলোকে তালৈ  বুধবাৰেও গৈছিল। বাংলোৰ কাম প্ৰায় শেষ হৈছে। বলীউডৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ৰণবীৰ-আলিয়াই কন্যা ৰাহাৰ নামত বিলাসী বাংলোটো পঞ্জীয়ন কৰিব।

 দুয়োগৰাকী  তাৰকাই তেওঁলোকৰ উপাৰ্জনৰ ধন  এই বাংলোটোৰ নামত খৰচ কৰিছে।বৰ্তমান বাংলোটোৰ  বজাৰ মূল্য হৈছে ২৫০ কোটি টকা। কৃষ্ণৰাজ বাংলো শ্বাহৰুখ খানৰ মান্নাত আৰু অমিতাভ বচ্চনৰ জলচাতকৈও অধিক ব্যয়বহুল। ৰণবীৰ-আলিয়াই  ৰাহাক বাংলোটো উপহাৰ দিব। এই বিলাসী বাংলোটোৰ বাহিৰেও  ৰণবীৰ আৰু আলিয়াৰ বান্দ্ৰাত ৪ টা ফ্লেট আছে। যাৰ মূল্য  ৬০ কোটি। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ