--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপিকা পাডুকনে অভিনয় জীৱনত যিকোনো নতুন কাম কৰাৰ পূৰ্বে দৰ্শন কৰে তিৰুপতি মন্দিৰ৷ বিগত কেইবাবছৰো অভিনেত্ৰীগৰাকীয়ে এই পৰম্পৰা অনুসৰণ কৰি আহিছে। 

অভিনেত্ৰীগৰাকীয়ে ৰণবীৰ সিঙৰ সৈতে বিবাহৰ পাছত প্ৰথমবাৰৰ বাবে তিৰুপতিলৈ গৈছিল। অৱশ্যে ‘কফি উইথ কৰ্ণ’ অনুষ্ঠানলৈ অহাৰ পাছত তেওঁলোকৰ বৈবাহিক জীৱনক লৈ গুজৱ  আৰম্ভ হৈছিল। অভিনেত্ৰীগৰাকী শ্বুটিংস্থলীলৈ আহিছিল আৰু স্পষ্ট কৰি দিছিল যে তেওঁ ৰণবীৰৰ সৈতে সম্পৰ্কত থাকোতেও অন্য পুৰুষৰ সৈতে ‘ডেট’ কৰিছিল। 

সেইকাৰণে দীপিকাৰ ওপৰত চলিছে মৰেল পুলিচৰ নীতিপাঠ। বহুতৰ দৰে দীপিকাই অনুষ্ঠানটোত অধিক সত্য কথা কৈছে। তেওঁ তেওঁৰ মূল্য পৰিশোধ কৰিব লাগিব! সেইকাৰণেই ৰণবীৰক এইবাৰ তিৰুপতি দৰ্শনত দীপিকাৰ কাষত দেখা পোৱা নাছিল নেকি বুলিও এতিয়া চলিছে মৃদু চৰ্চা৷

বৃহস্পতিবাৰে সন্ধিয়া অভিনেত্ৰীগৰাকীয়ে ভগ্নী অনীশা পাডুকনৰ সৈতে শ্ৰীভেনকাটেশ্বৰা স্বামীৰ আশীৰ্বাদ বিচাৰি তিৰুমালালৈ গৈছিল। তেওঁ বৃহস্পতিবাৰে নিশা এটা সৰল উপায়েৰে তিৰুমালা পাইছিলগৈ। প্ৰায় আঢ়ৈ ঘণ্টা ধৰি দীপিকাই মন্দিৰলৈ চিৰি বগাই গৈছিল। দীপিকা সাধাৰণ ভক্তসকলৰ সৈতে একেলগেই মন্দিৰলৈ গৈছিল। 

অৱশ্যে, বহুতে আশংকা কৰিছে যে ৰণবীৰৰ সৈতে ঘৰুৱা অস্থিৰতাৰ বাবে দীপিকা অকলে তিৰুপতিলৈ গৈছিল।
ইয়াৰ পূৰ্বে কেইবাবাৰো তেওঁলোকৰ বিবাহৰ বিষয়ে উৰাবাতৰি ওলাইছিল। কিন্তু সেই সকলো খবৰ মিছা প্ৰমাণ কৰি তেওঁলোক দুয়ো একেলগে কৰণৰ অনুষ্ঠানত উপস্থিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক