--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিঙে 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত তেওঁৰ বিপৰীত নায়ক হিচাপে অভিনয় কৰিছে। ছবিখনৰ কেইবাটাও দৃশ্যৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ছবিখনৰ নায়িকা আলিয়াৰ মাতৃ হোৱাৰ পাছতহে বাকী কাম আৰম্ভ হ'ব। ইয়াৰ মাজতে, ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুট। ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুট সন্দৰ্ভত এইবাৰ মুখ খুলিছে আলিয়া ভাটে। 

তেওঁ সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰো হাঁহিৰে দিছিল। যেতিয়া ৰণবীৰৰ কথা আহিছিল, অভিনেত্ৰীগৰাকীয়ে উত্তৰ দিছিল, "মই মোৰ প্ৰিয় নায়কৰ বিৰুদ্ধে কোনো সমালোচনা সহ্য নকৰো। গতিকে মই ভাল নোপোৱা প্ৰশ্ন নকৰাই ভাল। '' অভিনেতাগৰাকীৰ একাংশ অনুৰাগীয়ে এই ফটোশ্বুটটো ভাল লগা বুলি কৈছে আৰু একাংশই কয় যে এইটো যথেষ্ট অশ্লীল ফটোশ্বুট, এনেকুৱা হোৱা উচিত নাছিল। সকলোৱে ভিন ভিন মতামত দি আছে। আজি সকলোৰে মুখে মুখে মাঁথো নগ্ন ৰণবীৰৰ কথা। একাংশই ফটোবোৰ লাইক কৰিছে আৰু একাংশই তীব্ৰ সমালোচনাও কৰিছে। কিছুমানে ৰণবীৰক লৈ মিমো বনাইছে। 

ৰণবীৰৰ এই ফটোশ্বুটটো বহুদিনৰ আগতে আহিব লাগিছিল কিন্তু ৰখাই থোৱা হে হৈছিল। এক প্ৰতিবেদন অনুসৰি বহু আগতেই শ্বুটিঙৰ পৰিকল্পনা কৰা হৈছিল। শ্বুটিঙৰ দৃষ্টিভংগীৰ বিষয়ে ৰণবীৰ সিং অতি স্পষ্ট আছিল। ফটোবোৰ বহু আগতেই মুকলি কৰি দিয়াৰ কথা আছিল কিন্তু ৰণবীৰ সিঙৰ বাকী থকা কামৰ বাবে আৰু এখন ছবি মুক্তি পোৱাৰ বাবে ইয়াক পিছুৱাই দিবলগীয়া হৈছিল। মে’ বা জুন মাহত ৰণবীৰৰ নগ্ন ফটোশ্বুট মুকলি কৰাৰ কথা আছিল যদিও ৰণবীৰে অলপ অপেক্ষা কৰিব বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু