--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায়ে কোৱা হয় যে যদি দিনটোৰ আৰম্ভণি ভাল হয় তেন্তে গোটেই দিনটোও শুভ হয় আৰু প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে তেওঁৰ গোটেই দিনটো শুভ হোৱাৰ লগতে জীৱনৰ সমস্যাবোৰ আঁতৰত থাকক।

 পুৱাৰ সময়ত কৰা এইকেইটা কামে আপোনাৰ জীৱনলৈ আনিব পাৰে শুভ পৰিৱৰ্তন-

 * পুৱা চৰাইক খাবলৈ দানা আৰু পানী দিলে মানসিক শান্তি পোৱাৰ লগতে ৰাশিত অশুভ ফল দিয়া গ্ৰহো শান্তি হয়। অৱশ্যে এই সময়ত এটা কথা মনত ৰাখিব যে চৰাইবোৰক পৰিষ্কাৰ ঠাইত খাদ্য আৰু পানী দিব লাগে।

 * চৰাইক খাদ্য দিয়াৰ উপৰি পুৱা সাৰ পাই ক’লা বৰুৱাক আটা খুৱাব পাৰে। ক’লা পৰুৱাক ভগৱান বিষ্ণুৰ ৰূপ বুলি গণ্য কৰা হয় আৰু প্ৰতিদিনে পুৱা আটা খুৱালে দুৰ্ভাগ্যৰ অন্ত পৰে।

 * পুৱা গোমাতাৰ দৰ্শন পোৱাটো অতি ভাগ্যৰ কথা। গৰুক মালক্ষ্মীৰ সুখৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু মালক্ষ্মীৰ আশীৰ্বাদ প্ৰদান কৰে। ইয়াৰ উপৰি গৰুক নিজ হাতেৰে ৰুটি খুৱাব পাৰে।

 * কোৱা হয় যে ধৰ্মীয় গ্ৰন্থ পুৱা সোনকালে পাঠ কৰিলে শুভ ফল পোৱা যায়। বেদ-গীতাৰ দৰে ধৰ্মীয় গ্ৰন্থ দেখিলে দিনটো মানসিক শান্তি অনুভৱ হয়।

 * শাস্ত্ৰৰ মতে হাতত ভাগ্যৰ ৰেখা আছে বুলি বিশ্বাস কৰা হয় আৰু পুৱা সাৰ পোৱাৰ লগে লগে দুয়োখন হাতৰ তলুৱা দৰ্শন কৰি দিনটোৰ আৰম্ভণি বহুত ভাল হয়। ইয়াৰ দ্বাৰা মনলৈ শান্তি আৰু ধনাত্মক শক্তি সঞ্চাৰ হয়।

 * হিন্দু শাস্ত্ৰ অনুযায়ী পুৱা সোনকালে সাৰ পাই স্নান কৰি পূজা কৰিব লাগে। এনে কৰিলে ঘৰত সুখ-শান্তিয়ে বিৰাজ কৰাৰ লগতে ভগৱানৰ কৃপা লাভ কৰে। তুলসীৰ সন্মুখত চাকি জ্বলাব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক