--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ যিকোনো খেলপথাৰতে বিৰাট কোহলীৰ সমৰ্থক বিচাৰি পোৱাটো টান নহয়। আৰু বিৰাটে কেৱল বেটেৰেই নহয়, খেলপথাৰত নাচিও দৰ্শকক মনোৰঞ্জন দিয়ে। ইয়াৰ পূৰ্বেও তেওঁক নৃত্য কৰা দেখা গৈছে। সোমবাৰেও নেপালৰ বিৰুদ্ধে একেই ঘটনা সংঘটিত হয়। এইবাৰ তেওঁ নেপালী গীত এটাত নাচিলে।

সোমবাৰে কেণ্ডীত ভাৰত আৰু নেপালৰ খেল অনুষ্ঠিত হয়। শ্ৰীলংকাৰ খেলপথাৰত উপস্থিত আছিল কেইবাজনো নেপালৰ অনুৰাগী। খেলৰ আৰম্ভণিতে বিৰাটে এটা সহজ কেচ মিছ কৰে। ১৪ নং অভাৰৰ শেষত খেলপথাৰত নেপালী গীত বাজি আছিল। তেতিয়া বিৰাটক নাচি থকা দেখা যায়।

কোহলীয়ে নৃত্য কৰা জনপ্ৰিয় নেপালী গীতটো হৈছে 'কুটু মা কুটু ছুপাৰি দানা’। Ishan ৰজন ৰাজ শিৱাকটি, মেলিনা ৰায় আৰু ৰজন ইছানে কণ্ঠ দিয়া গানটো ষ্টেডিয়ামত শুনিয়েই নাচোনত মত্ত হয় কোহলী।

পাকিস্তানৰ বিৰুদ্ধে খেলখন বাতিল কৰা হয়। সেই মেচৰ পৰা ভাৰতে এটা পইণ্ট লাভ কৰিছিল। তিনি পইণ্টেৰে ছুপাৰ ফোৰত প্ৰৱেশ কৰে ৰোহিটে। ১০ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ