--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ ইটাভাটাত বন্ধা শ্ৰমিক হিচাবে কাম কৰি থকা ৩৮ জন ভাৰতীয় লোকক উদ্ধাৰ কৰিছে নেপাল আৰক্ষীয়ে। উদ্ধাৰ কৰা ভাৰতীয় লোকসকলৰ ভিতৰত  মহিলা আৰু শিশুও আছেনেপালৰ  ৰাউতাহাট অঞ্চলৰ পৰা নেপালী কৰ্তৃপক্ষই ভাৰতীয় লোকসকল  উদ্ধাৰ কৰিছে৷

 জিলাখনৰ আৰক্ষীক  ভাৰতৰ তৰফৰ পৰা এই বিষয়ত  অৱগত কৰাৰ পিছতে  নেপাল আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। উদ্ধাৰ কৰা ভাৰতীয় লোকসকলৰ উত্তৰ প্ৰদেশ আৰু তেওঁলোকৰ মাজৰে   ২০ জন পুৰুষ আৰু ১৮ টি  শিশু আৰু মহিলা।  কিছুদিন ধৰি তেওঁলোকক ইটা ভাটাটোত  কাম কৰিবলৈ দিয়া হোৱা  নাছিল।  ৰাউতাহাটৰ উপ আৰক্ষী অধীক্ষকে কয় যে ভাৰতীয় লোককেইজনক সুকলমে উদ্ধাৰ কৰা হৈছে। 

তেওঁ লগতে কয়  যে উদ্ধাৰ কৰা ভাৰতীয়সকলৰ প্ৰয়োজনীয়  কাগজপত্ৰ পৰীক্ষা কৰাৰ  পিছত বিহাৰৰ সীতামাঢ়ী জিলাৰ বৈৰগনিয়াত সশস্ত্ৰ সীমা বলৰ হাতত হস্তান্তৰ কৰা হয়। আৰক্ষীৰ মতে উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি  শ শ পুৰুষ আৰু মহিলাই ৰাউতাহাটৰ ইটা কাৰখানাত কাম কৰে।  বহুতে কাম নোপোৱাকৈয়ে কামৰ আশাত ৰৈ আছে।  

ফলত সেই ঠাইত বহু ভাৰতীয়ৰ অৱস্থা শোচনীয় হৈ পৰিছে।২০১৩ চনতো দক্ষিণ নেপালত বন্ধা শ্ৰমিক হিচাপে কাম কৰা ২৭ টি নাবালকসহ ৬৪ জন ভাৰতীয়ক নেপালী কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক