--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বাবে সুখবৰ৷ নেপালত অনুষ্ঠিত  হবলগীয়া আন্তৰ্জাতিক ষ্ট্ৰেংথ্লিফটিংলৈ যাবলগীয়া ভাৰতীয় দলত অসমৰ চাৰিগৰাকী  খেলুৱৈৱে স্থান লাভ কৰিছে৷ 

অহা ১০ৰ পৰা ১৩ মাৰ্চলৈ নেপালৰ কপিলাবস্তুত নেপাল ষ্ট্ৰেংথ্লিফটিং ফেডাৰেছনৰ উদ্যোগত বিশ্ব ষ্ট্ৰেংথ্লিফটিং ফেডাৰেছনৰ স্বীকৃতিত অনুষ্ঠিত হবলগীয়া ৯ দেশীয় আন্তৰ্জাতিক ষ্ট্ৰেংথ্লিফটিং চেম্পিয়নশ্বিপত ৬৫ জনীয়া ভাৰতীয় দলৰহৈ অসমৰ পৰা চাৰিগৰাকী লিফটাৰ যথাক্ৰমে মাষ্টাৰ শাখাত কৈলাশ শৰ্মা (১০৫কি:), ৰাজকুমাৰ দাস(৮৫কি:), ফণী চক্ৰৱৰ্তী( ৬০কি:) আৰু ছিনিয়ৰ ল’ৰাৰ শাখাত সিদ্ধাৰ্থ শইকীয়াই (১১৫+কি:গ্ৰা) স্থান লাভ কৰিছে৷  

এই কথা এক বিজ্ঞপ্তিৰ জড়িয়তে প্ৰকাশ কৰিছে  অসম ষ্ট্ৰেংথ্লিফটিং সন্থাৰ সভাপতি কৈলাশ শৰ্মাই। উল্লেখ্য উক্ত চেম্পিয়নশ্বিপত ভাৰতৰ উপৰি  পাকিস্তান, কিৰগিজিস্তান, বাংলাদেশ,উজবেকিস্তান, কাজাখাস্তান,ভূটান, শ্ৰীলংকা আৰু উদ্যোক্তা দেশ  নেপালে অংশগ্ৰহণ কৰিব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক