--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় সামগ্ৰীসমূহৰ প্ৰতি নিউজিলেণ্ডে কৰা এই মুক্ত বাণিজ্যৰ চুক্তি কৰাৰ বাবে দেশখনৰ ডেইৰী প্ৰডাক্টসমূহৰ ৰপ্তানিত প্রতিকূল প্ৰভাৱ পৰিব বুলি মন্ত্ৰীজনে শংকা প্রকাশ কৰে।

ডিজিটেল ডেস্ক: নিউজিলেণ্ডৰ বিদেশ মন্ত্রী উইনষ্টন পিটাৰ্ছে ভাৰতৰ সৈতে দেশখনৰ সদ্য ঘোষিত মুক্ত বাণিজ্যৰ চুক্তিখনক কঠোৰ সমালোচনা কৰিছে। নিউজিলেণ্ডৰ বিদেশ মন্ত্ৰীজনে ভাৰতৰ সৈতে এই মুক্ত বাণিজ্য চুক্তিখনক মুক্ত আৰু স্বচ্ছ নহয় বুলি মন্তব্য। কৰিছে।


তেওঁ সতর্ক কৰি দিয়ে যে তেওঁৰ দলে চুক্তিখন সংসদলৈ অনাৰ পূৰ্বে বিৰোধিতা কৰিব। মঙলবাৰে এটা বিবৃতিত মন্ত্রী উইনষ্টনে কয় যে বিশেষকৈ ডেইৰী খণ্ডৰ বাবে গুৰুত্বপূর্ণ ৱেলিংটনক এই চুক্তিৰ বাবে হোৱা প্ৰব্ৰজনে ঘাইকৈ প্ৰভাৱিত কৰিব।


ভাৰতীয় সামগ্ৰীসমূহৰ প্ৰতি নিউজিলেণ্ডে কৰা এই মুক্ত বাণিজ্যৰ চুক্তি কৰাৰ বাবে দেশখনৰ ডেইৰী প্ৰডাক্টসমূহৰ ৰপ্তানিত প্রতিকূল প্ৰভাৱ পৰিব বুলি মন্ত্ৰীজনে শংকা প্রকাশ কৰে। দেশখনৰ বিদেশ মন্ত্রীজনে কয় যে নিউজিলেণ্ডৰ মুখ্য ডেইৰী প্ৰডাক্ট- গাখীৰ, চীজ আৰু মাখনক বহির্ভূত কৰি ভাৰতৰে মুক্ত বাণিজ্য কৰিব লাগে। নিউজিলেণ্ডৰ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ নেশ্যনেল পার্টিক এই বিষয়ত সকীয়াই দি কয় যে ভাৰতৰ সৈতে এনেধৰণৰ 'নিম্ন মান'ৰ মুক্ত বাণিজ্য চুক্তি কৰিব নালাগে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ