--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউড আৰু হোলী। ৰঙৰ উৎসৱক লৈ কেইবাবাৰো বলিউডত গান কৰা দেখা যায়। গানসমূহ অত্যন্ত জনপ্ৰিয়ও হৈ আহিছে। হোলীৰ দিনাও এইসমূহ গান বজোৱা দেখা যায়। এইখিনিতে চাওঁ আহক বলিউডৰ কেইটামান চীৰেসউজ হোলীগীতৰ বিষয়ে-

১) ২০১৩ চনৰ 'য়েহ জৱানী হায় দীৱানী’ ছৱিখনৰ এটা জনপ্ৰিয় গান- 'বালাম পিচকাৰী জো টুনে মুঝে মাৰি’। বিশেষকৈ হোলী গীতটো নৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয়। এই গীতটোত ৰণবীৰ কাপুৰে দীপিকা পাডুকনক ৰঙীন পানীৰে তিয়াই দিয়ে।  ছবিখনে বক্স অফিচত ৩১০ কোটি টকাৰ বৃহৎ উপাৰ্জন কৰে।

২) ২০০৩ চনৰ 'বাগৱান’ ছবিৰ হোলী গীত ‘হোলী খেলে ৰঘুবীৰা’ও এই উৎসৱত বজোৱা আটাইতকৈ জনপ্ৰিয় ট্ৰেক। এই গীতটোত অমিতাভ বচ্চনে হেমা মালিনীৰ ৰং আৰু গুলালৰ ছিটিকনিৰে উৎসৱ উদযাপন কৰিছে। লগতে এই ছবিখনেও বক্স অফিচত ৪৩.১১ কোটি টকা উপাৰ্জন কৰে। এই ছবিখন মানুহে বৰ ভাল পাইছিল।

৩)  ১৯৯৩ চনৰ ‘দৰৰ’ ছবিৰ ‘অং ছে অং লগানা সাজন’ গীতটোও হোলীৰ বাবে এক জনপ্ৰিয় গীত। জুহি চাওলা, অনুপম খেৰ, ছানী দেওল আৰু শ্বাহৰুখ খানে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ সমান্তৰালকৈ ‘দৰ’ ছবিখনে বক্স অফিচত ২২ কোটি টকা সংগ্ৰহ কৰিছিল আৰু এই ছবিখন ৰাইজে বহুত ভাল পাইছিল।

৪) ১৯৮১ চনৰ ‘চিলচিলা’ ছবিৰ ‘ৰং বৰছে ভীগে চুনাৰ ৱালি’ গীতটো অবিহনে হোলীৰ মজা আধৰুৱা। হোলী পাৰ্টিত ৰং বৰষুণ নোহোৱালৈকে যেন উৎসৱৰ মজা সম্পূৰ্ণ নহয়। এই গীতটি ছবিখনত অমিতাভ বচ্চন, ৰেখা, জয়া ভাদুৰী আৰু সঞ্জীৱ কুমাৰক লৈ শ্বুটিং কৰা হৈছে আৰু সেই সময়ত ছবিখনে বক্স অফিচত ৭ কোটি টকা সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক