--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ। অসমীয়া জীয়ৰী-বোৱাৰীসকলে গৰু বিহুৰ দিনা হাতত জেতুকা লয়।বহাগ বিহুত জেতুকাৰ ৰঙেৰে গাভৰু ছোৱালীয়ে ৰং সানে। বিহু নাচনীয়েও হাতত জেতুকাৰ ৰঙ সানে।

জেতুকাৰ ৰং গাঢ় কৰিবলৈ জেতুকা পাতৰ লগতে পকাপাণ, ঠেকেৰা টেঙা, বৰহমথুৰীৰ কুঁহিপাত, মধুৰিআমৰ কোঁহ, থেৰেজু টেঙা, কেঁচা হালধি, ডালিমৰ কোঁহ আদি কেইবাপদো ঔষধি পটাত মিহিকৈ বটি হাতৰ তলুৱাত বহলাই দি ওপৰত এৰাগছৰ পাত এখিলা (আজিকালি পলিথিনো ব্যৱহাৰ কৰা হয়) দি মুঠি মাৰি বান্ধি ৰাখিলেই বৰণ ধৰে। বান্ধ খোলাৰ পাচত মিঠাতেল সানিব লাগে। কোৱা হয় যে ৰাঙলী বা কলীগাইৰ গাত হাতখন সানিলে জেতুকাৰ ৰং ভাল হয়।

জেতুকা পাতৰ কেইবাবিধো ঔষধি গুণ আছে বুলি কোৱা হয়। নখচুকীয়াত উপচাৰস্বৰূপে জেতুকাৰ ব্যৱহাৰ হয়। ইয়াক উচ্চৰক্তচাপ, চাল আৰু চুলিৰ বিভিন্ন বিকাৰৰ বাবেও দৰব হিচাবে ব্যৱহাৰ কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস