--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অমিতা এটা অতি সাধাৰণ ফল যাৰ সোৱাদ আমাৰ বহুতেই ভাল পায়, সাধাৰণতে মানুহে এই ফল বেছিকৈ খায় যাতে পাচনতন্ত্ৰই ভালদৰে কাম কৰে আৰু গেছ, এচিডিটি, বদহজম আদি সমস্যাৰ সৃষ্টি নহয়। ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, প্ৰটিন, আঁহ, মেগনেছিয়াম আৰু পটাছিয়াম পোৱা যায়, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইমানবোৰ উপকাৰৰ পাছতো এনে কিছু ৰোগ আছে যাৰ বাবে অমিতা বিহৰ দৰে কাম কৰে।

এইকেইটা ৰোগত অমিতা খোৱাৰ পৰা বিৰত থাকক-

১. এলাৰ্জীঃ-যদি আপুনি নিয়মিতভাৱে এলাৰ্জীৰ সন্মুখীন হয়, তেন্তে অমিতাৰ খোৱাৰ পৰা সম্পূৰ্ণৰূপে এৰাই চলা উচিত। নহ’লে সমস্যা দুগুণ বৃদ্ধি হ’ব পাৰে।

২. গৰ্ভাৱস্থাঃ-গৰ্ভৱতী মহিলাসকলেও অমিতা খোৱাৰ পৰা আঁতৰি থকা উচিত। কাৰণ অমিতা সেৱনে গৰ্ভপাতৰো সৃষ্টি হ’ব পাৰে। সেয়েহে গৰ্ভৱতী মহিলাসকলে অমিতা খোৱাৰ পূৰ্বে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ দৰকাৰ।

৩. ডায়েৰিয়াঃ-প্ৰায়ে ডায়েৰিয়া হোৱা লোকসকলে অমিতা খোৱাৰ পৰা বিৰত থাকিব লাগে, যদিও এই ফল হজমৰ বাবে ভাল বুলি বিবেচিত হয়, কিন্তু বেছিকৈ সেৱন কৰিলে পেটৰ সমস্যাও হ’ব পাৰে।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস