--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে সন্ধিয়া বেংগালুৰুত পিতৃৰ বন্দুক ব্যৱহাৰ কৰি নিজকে গুলীয়াই হত্যা কৰে এজন ১৯ বছৰীয়া যুৱকে। বিষু উথাপ্পা নামৰ মৃত যুৱকজন প্ৰথম বৰ্ষৰ অভিযান্ত্ৰিক ছাত্ৰ আছিল,শেহতীয়াকৈ ল’ৰাজনে ৰাজা ৰাজেশ্বৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকত নামভৰ্তি কৰিছিল।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে কিশোৰজনক "ডিবিবিএল অস্ত্ৰৰে বাওঁ বুকুত" কৰা আঘাতৰ বাবে মৃত্যুবৰণ কৰে।

বিষু উথাপ্পাই বিয়লি প্ৰায় ৪:০০ বজাত ঘৰত কোনো নথকাৰ সময়ত পিতৃৰ অনুজ্ঞাপত্ৰ থকা বন্দুক ব্যৱহাৰ কৰি নিজকে গুলীয়াই হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নন্দী ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ কৰিডৰ এণ্টাৰপ্ৰাইজত নিৰাপত্তাৰক্ষী হিচাপে তেওঁৰ পিতৃৰ বন্দুকৰ অনুজ্ঞাপত্ৰ আছিল।বেংগালুৰুৰ উত্তৰ সংমণ্ডলৰ উপ আৰক্ষী আয়ুক্তই কয় যে, ‘বিষু উথাপ্পা (১৯ বছৰীয়া যুৱক)ৰ বাওঁ বুকুত ডিবিবিএল অস্ত্ৰৰে গুলী লাগিছিল যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ সামগ্ৰী আনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল।”ইতিমধ্যে কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰি বিষুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক