--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মচাৰীলৈ মালিকৰ কৃতজ্ঞতাৰ চিহ্নই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷চেন্নাইৰ এটা তথ্য প্ৰযুক্তি (আই টি) প্ৰতিষ্ঠানৰ মুৰব্বীয়ে তেওঁৰ ৫০ জন কৰ্মচাৰীক বিভিন্ন ধৰণৰ একেবাৰে নতুন গাড়ী উপহাৰ দি তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।আইডিয়াছ টু আই টি টেকন’লজি চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ মুৰব্বী মুৰুলীয়ে ২০০৯ চনত পত্নীৰ সৈতে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল।

মুৰুলীয়ে যে উদ্যোগটো আৰম্ভ হোৱাৰ পৰাই কেইজনমান কৰ্মচাৰীয়ে তেওঁৰ কাষত থিয় দিছিল,তেখেতে কয় যে-“মোৰ সংগী আৰু মই সকলো শ্বেয়াৰ হাতত লৈ আহিছো। আমি এতিয়া শ্বেয়াৰ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছো, ৩৩ শতাংশ শ্বেয়াৰ দীৰ্ঘম্যাদী কৰ্মচাৰীক প্ৰদান কৰিছো। আমি সম্পদ ভাগ-বতৰা কাৰ্যসূচীও আৰম্ভ কৰিলোঁ যাৰ দ্বাৰা আমি আমাৰ কৰ্মচাৰীসকলক ৫০খন গাড়ী দিয়াৰ সিদ্ধান্ত লৈছিলো।”

মুৰুলীয়ে লগতে কয় যে কোম্পানীটোৱে কৰ্মচাৰীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন ঘূৰাই দিয়াৰ উপায় হিচাপে যোৱা বছৰ ১০০খন গাড়ী উপহাৰ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক