--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুভৱ আছিল একপক্ষীয়। তথাপিও যুৱকজনক জোৰ কৰি যুৱতীগৰাকীৰ সৈতে বিয়াত বহিবলৈ বাধ্য কৰোঁৱা হ’ল। চাকৰি নোহোৱাকৈয়ে ল’ৰাজনৰ সৈতে যুৱতীগৰাকী বিয়াত বহিল। বিয়াৰ প্ৰায় দুবছৰৰ পাছতো ল’ৰাজন চাকৰি লাভৰ পৰা বঞ্চিত হ’ল।দিন গ’ল,সময় বাগৰিল কিন্তু দম্পতীহালৰ মাজত আৰম্ভ হ’ল অহৰহ অস্থিৰতা। এই অস্থিৰতা সহ্য কৰিব নোৱাৰি যুৱকজনে পৰিয়াল আদালতত পত্নীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। 

আদালতৰ সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে দাবী কৰিছে যে স্বামী নিবনুৱা হোৱাৰ বাবে পৰিয়াল চলাবলৈ অক্ষম। লগতে স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ এজাহাৰ দাখিল কৰে। ইন্দোৰৰ পৰিয়াল আদালতত এই গোচৰ ৰুজু হোৱাত দেখা গ’ল যুৱতীগৰাকীৰ আছিল যুৱকজনৰ প্ৰতি একপক্ষীয় অনুভূতি।

যুৱকজনৰ মতে, ২০২২ চনত ছোৱালীজনীৰ পৰিয়ালৰ হেঁচাত দুয়োজনে মন্দিৰত বিবাহপাশত আবদ্ধ হয়। যুৱকজনে আৰু দাবী কৰে যে তেওঁ বিয়াৰ পূৰ্বে আপত্তি কৰিছিল। 

উল্লেখ্য যে, বৰ্তমান যুৱতীগৰাকীয়ে এখন বিউটি পাৰ্লাৰত কাম কৰে। আদালতে নিৰ্দেশ দিয়ে যে স্বামীক স্ত্ৰী-গৰাকীয়ে প্ৰতিমাহে পাঁচ হাজাৰ টকা জীৱিকা হিচাপে দিব লাগে।তদুপৰি গোচৰটোৰ লগত জড়িত সকলো খৰচ মহিলাগৰাকীয়ে বহন কৰিবলগীয়া হয়। আদালতে নিৰ্দেশ দিয়ে যে যেতিয়ালৈকে যুৱকজনে চাকৰি নাপাব তেতিয়ালৈকে তেওঁ যুৱতীগৰাকীৰ পৰা জীৱিকাৰ ধন লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী