--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ পুত্ৰৰ দ্বাৰাই হত্যাৰ বলি হ’ল হিন্দী টেলিভিছনৰ বৰ্ষীয়ান অভিনেত্ৰী  বীণা কাপুৰ। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সম্পত্তিজনিত কাৰণতে অভিনেত্ৰীগৰাকীৰ পুত্ৰই তেওঁক বেচবলৰ বেটেৰে মূৰত কোবাই হত্যা কৰে।

সমগ্ৰ ঘটনাটোৱে বিনোদন জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বীণা কাপুৰৰ মুম্বাইৰ জুহুস্থিত বাসভৱনতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে.

উল্লেখ্য যে বহুকেইখন হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল ৭৪ বৰ্ষীয়া বীণা কাপুৰে। তেওঁৰ মৃত্যু সম্পৰ্কত যাৱতীয় তথ্যসমূহ মুকলি কৰিছে সহ- অভিনেত্ৰী নীলু কোহলীয়ে।

ইতিমধ্যে আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ পুত্ৰ শচীন কাপুৰ আৰু ঘৰৰ এগৰাকী কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। অভিনেত্ৰীগৰাকীৰ হত্যাকাৰী পুত্ৰইও সমগ্ৰ ঘটনাৰ বিষয়ে স্বীকাৰোক্তি প্ৰদান কৰিছে।

জানিব পৰা মতে, অভিনেতাগৰাকীৰ দুজন পুত্ৰ। ডাঙৰজন পুত্ৰ থাকে আমেৰিকাত। সৰুপুত্ৰই মাকৰ লগতে আছিল। কিন্তু ১২ কোটি টকা মূল্যৰ এটুকুৰা মাটিক লৈ মাকৰ স’তে সংঘাতত লিপ্ত হয় সৰুপুত্ৰ শচীন কাপুৰ। উত্তেজনাৰ বশৱৰ্তী হৈ মাকক হত্যা কৰে তেওঁ। তাৰপাছতে মুম্বাইৰ পৰা ৯০ কিলোমিটাৰ দূৰৈৰ জংঘলত মাকৰ মৃতদেহ পেলাই থৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক