--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃত্বৰ ডেৰ মাহ পাছতে শাৰিৰীক ব্যায়াম আৰম্ভ কৰি দিছে আলিয়া ভাটে। পূৰ্বৰ চেহেৰা পুনৰ ঘূৰাই পাবলৈকে এই ব্যায়াম কৰিছে আলিয়াই। কিন্তু যি পদ্ধতিৰে শৰীৰচৰ্চা কৰিছে, সেয়া দেখি অনুৰাগীসকল হতভম্ব হৈ পৰিছে।

সামাজিক মাধ্যমত ব্যায়ামৰ ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে- ''নিজৰ শৰীৰৰ কথা শুনক। ডেৰ মাহ পাছত নতুনকৈ আকৌ পেটৰ স’তে সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰিছো।’’

ফটোত দেখিবলৈ পোৱা মতে, আলিয়াই শৰীৰটো সম্পূৰ্ণৰূপে উল্টাকৈ শূণ্যত ভাঁহি ৰাখিছে। এই শাৰিৰীক চৰ্চাৰ বাবে তেওঁ তেওঁৰ প্ৰশিক্ষকক ধন্যবাদ জনাইছে।

আলিয়াই সামাজিক মাধ্যমত আৰু লিখিছে- ''ওজন কমাবলৈ যি মন যায় তাকে নকৰিব। আপোনাৰ শৰীৰৰ যিমান পৰিমাণৰ পৰিশ্ৰম কৰিব পাৰে, তাৰ বেছি নকৰিব। প্ৰতিগৰাকী মাকৰ জন্ম এটা অলৌকিক ঘটনাৰ দৰে। নিজৰ শৰীৰক ভালপোৱাই আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত।’’

চিকিৎসকৰ পৰামৰ্শ বাদে নিজে কোনো ৰকম শৰীৰচৰ্চা নকৰিবলৈও অনুৰাগীসকলক সতৰ্ক কৰি দিছে আলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক