--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বেছিভাগ মানুহেই ছালৰ লগত জড়িত বিভিন্ন সমস্যাত ভুগি থাকে। ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু কিছুমানে তথাপিও কোনো সুফল নাপায়। আপুনি জানেনে ছালৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ নিম পানী অতি উপকাৰী। সেইবাবেই নিম পানীৰে দৈনিক মুখ ধুব লাগে। আজি আমি ইয়াত ক’ম নিম পানীৰে মুখ ধুলে কি কি উপকাৰিতা আছে?  

নিম পানীৰে মুখ ধোৱাৰ উপকাৰিতাসমূহ

১)তেলীয়া আৰু শুকান দুয়োটা ছালৰ চিকিৎসা কৰেঃ নিমত থকা এন্টিঅক্সিডেন্ট আৰু এন্টিচেপ্টিক গুণে ক্ষতিকাৰক বেক্টেৰিয়াক নাশ কৰাত সহায় কৰে। ই ছালত থকা অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰি ছালখন কোমল কৰি তোলে। শুকান ছালকো সজীৱ কৰি তুলে।

২)দাগবোৰ পৰিষ্কাৰ হৈ যায়ঃ নিম পানীৰে মুখ ধুলে ছালৰ ৰং উন্নত হয়। লগতে মুখৰ দাগ, গুটি আৰু ছাল ক’লা হোৱা আদিৰ পৰা মুক্তি পায়। 

৩)ছালৰ এলাৰ্জীৰ পৰা মুক্তি পাবঃ নিমৰ এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে ছালত থকা ক্ষতিকাৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। যদি আপুনি ইয়াৰ দ্বাৰা দৈনিক মুখ ধোৱে তেন্তে ছালৰ এলাৰ্জী, ফোহা, খজুৱতি আদি সমস্যাৰ পৰা মুক্তি পোৱাত ই সহায়ক হব।

৪)ব্ৰণ নিৰাময় কৰেঃ নিম পানীৰে মুখ ধুলে ব্ৰণৰ পৰা মুক্তি পায়। কাৰণ ই ছালত থকা মলি আৰু তেল পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে ব্ৰণৰ প্ৰদাহ কমায়। যদি আপুনি ব্ৰণৰ সমস্যাত ভুগি আছে তেন্তে নিম পানীৰে দৈনিক মুখ ধুব পাৰে।

গতিকে নিম পানীৰে মুখ ধোৱক আৰু আপোনাৰ ছালৰ চমৎকাৰ দেখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস