--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ভাগিল সোতৰশ কোটিৰো অধিক টকীয়া এখন দলং৷ বিহাৰৰ ভাগলপুৰৰ খগড়িয়াত ১৭০০ কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত আছে আগুৱানি চুলতান গংগা দলং৷ পিছে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আজি এটাৰ পিছত এটাকৈ ভাঙি বাগৰি পৰিল দলংখনৰ দুটা অংশ।

দলংখন ভাঙি পৰাৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। প্ৰকাশিত খবৰ অনুসৰি, দলংখনৰ প্ৰায় ৩ ফুট অংশ তলেৰে বৈ যোৱা গংগা নদীত ভাঙি পৰে। বিগত এপ্ৰিল মাহতো ধুমুহাৰ ফলত দলংখনৰ কিছু ক্ষতিসাধন হৈছিল।

খগড়িয়া, আগুৱনী আৰু চুলতানঞ্জৰ মাজৰ গংগা নদীত দলংখনৰ মাজৰ অংশ নিৰ্মাণ কৰি আছিল। লক্ষণীয়ভাৱে, দুবছৰ পূৰ্বেও দলংখনৰ এটা অংশ ভাঙি গৈছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২০২২ চনৰ ডিচেম্বৰ মাহত বিহাৰৰ বেগুচৰাইৰ বুঢ়ী গণ্ডক নদীত নিৰ্মাণ কৰা দলঙৰ এটা অংশ ভাঙি গৈছিল।

তাৰ এমাহ পূৰ্বেও নৱেম্বৰ মাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলা নালন্দাত নিৰ্মাণৰত এখন দলং ভাঙি পৰাত এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক আহত হয়। উদ্বোধনৰ পূৰ্বে কিষানগঞ্জ আৰু সহাৰছা জিলাতো ভাঙি পৰিছিল নিৰ্মাণৰত দলং।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস