--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি কোনো মুহূৰ্ততে এলিয়েনে আহি পৃথিৱীত নামিব বুলি বহুতে আশংকা ব্যক্ত কৰি থকাৰ সময়তে নিশাৰ আকাশত হঠাতে দেখা গ’ল ৰহস্যময় পোহৰ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছ চহৰত নিশাৰ আকাশত বিকট  শব্দৰে সৈতে  এনে পোহৰ দেখা গৈছেছে। ডাৱৰৰ ফাঁকে ফাঁকে  চহৰখনৰ সান্দাসকলে  ৰঙা আৰু হালধীয়া ৰঙৰ পোহৰ দেখা পোৱা বুলি কৈছে। বহুতে এনে পোহৰ  'ইউএফঅ'ও হ’ব পাৰে বুলি  অনুমান কৰিছে। 

ঘটনাটোৰ এটা ভিডিঅ'ও পোহৰলৈ আহিছে। ভিডিঅ'টোত, ৰঙা-হালধীয়া পোহৰ লক্ষ্য কৰা হৈছে। ব্ৰেট ফেইনষ্টাইন নামৰ এজন লোকে  কয় , "সঁচাকৈ ক'বলৈ গ'লে, পোহৰৰ উৎস  ৰহস্যজনক। আমি প্ৰতি নিশা ক্লাবলৈ আহো। কিন্তু মই আগতে কেতিয়াও এনে পোহৰ দেখা নাছিলো। "

উল্লেখ্য আমেৰিকাৰ বিভিন্ন প্ৰান্তত ইউএফঅ’ দেখাৰ কথা বিভিন্নজনে  দাবী কৰি  আহিছে। লাছ ভেগাছ সেই তালিকাত নতুনকৈ সংযোজন হ’ল। অৱশ্যে বতৰ বিজ্ঞানীসকলে 'ইউএফঅ' তত্ত্ব গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়। তেওঁলোকে দাবী কৰে যে এইটো এটা প্ৰাকৃতিক কাৰণৰ ফলত সৃষ্টি হোৱা পোহৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ